• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বগীবিল দলঙৰ নাম হ’ব বীৰাংগনা সতী সাধনী সেঁতু!

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2018 7:05 pm
bogibeel-bridge-img2
1.6k
VIEWS
Share on FacebookShare on Twitter

বগীবিল দলং সম্পূৰ্ণ হোৱাৰ পাছৰে পৰা দলংখনৰ নামকৰণকলৈ ব্যাপক চৰ্চা চলি আহিছিল। বিভিন্ন দল সংগঠনে দলংখনৰ নামকৰণকলৈ প্ৰস্তাৱ আগবঢ়াইছিল যদিও চৰকাৰে এইক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ বাবে বিপাঙত পৰিছিল।

অসমৰ জনসাধাৰণৰ স্বাভিমানক সন্মান জনাই এখন দলঙৰ নামকৰণ কৰাটো অৱশ্যেই প্ৰয়োজনীয় যদিও সকলোৰে সহমত আদায় কৰাটো অত্যন্ত জটিল কাম। ধল-শদিয়া দলঙৰ নাম ড০ ভূপেন হাজৰিকা সেতু হিচাপে নামকৰণ কৰাৰ বাবে অসমৰ সৰ্বস্তৰৰ জনসাধাৰণে চৰকাৰক ধন্যবাদ জনাইছিল।

আনহাতে, দেশৰ ভিতৰতে ৰে’লপথ আৰু স্থলপথ দ্বৈত সেৱাৰ সুবিধা থকা আটাইতকৈ দীৰ্ঘতম দলং হিচাপে বগীবিলৰ নামকৰণকলৈয়ো সেয়ে সকলোৱে উৎসাহেৰে অপেক্ষা কৰি আছে।

জানিব পৰা মতে, বগীবিল দলঙৰ নাম বীৰাংগনা সতী সাধনী সেঁতু নামেৰে নামকৰণ কৰাৰ আহ্বান জনাই ৰাজ্যৰ পৰিবহণ বিভাগে ৰে’ল বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছে। পৰিবহণ বিভাগৰ উপ সচিব ৰাহুল চন্দ্ৰ দাসে উত্তৰ-পূব ৰে’লৱেৰ মহাপ্ৰৱন্ধকলৈ এই পত্ৰ প্ৰেৰণ কৰিছে।

পূৰ্বতে ৰে’ল বিভাগৰ সৈতে ৰাজ্যৰ পৰিবহণ বিভাগৰ বৈঠকত দলংখনৰ নাম বীৰাংগনা সাধনী দলং নামেৰে নামকৰণৰ সিদ্ধান্ত লোৱা হৈছিল। এতিয়া পৰিবহণ বিভাগে দলংখনৰ নাম বীৰাংগনা সাধনী দলঙৰ ঠাইত বীৰাংগনা সতী সাধনী সেঁতু হিচাপে ৰখাৰ বাবে পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে অসমৰ ভূমিপুত্ৰ চুতীয়াসকলৰ মহীয়সী বীৰাংগনা সাধনীৰ নামেৰে ব্ৰহ্মপুত্ৰৰ ওপৰত বগীবিলত নিৰ্মাণ কৰা চতুৰ্থখন দলঙৰ নাম ‘বীৰাংগনা সাধনী সেঁতু’ নামেৰে নামাকৰণ কৰাৰ দাবী জনাই আহিছিল।

এতিয়া অহা ২৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া বগীবিলৰ দলংখনৰ নাম বীৰাংগনা সতী সাধনী সেঁতু হোৱাৰ সম্ভাৱনা প্ৰায় স্পষ্ট হৈ পৰিছে।

Recent News

দৈ খোৱাৰ উপকাৰিতা জানো আহক

দৈ খোৱাৰ উপকাৰিতা জানো আহক

পুষ্টিহীনতাত ভোগা শিশুলৈ ১২ টকা, গৰুলৈ ৪০ টকাৰ সাহায্য : উত্তপ্ত মধ্যপ্ৰদেশৰ বিৰোধী ৰাজনৈতিক মহল

পুষ্টিহীনতাত ভোগা শিশুলৈ ১২ টকা, গৰুলৈ ৪০ টকাৰ সাহায্য : উত্তপ্ত মধ্যপ্ৰদেশৰ বিৰোধী ৰাজনৈতিক মহল

টাটা গ্ৰুপক দিব লাগিব ক্ষতিপূৰণঃ ছিংগুৰ ভূমি গোচৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

টাটা গ্ৰুপক দিব লাগিব ক্ষতিপূৰণঃ ছিংগুৰ ভূমি গোচৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

গাজাৰ দুই হাজাৰ আহত লোকক চিকিৎসা প্ৰদান কৰিব ইণ্ডোনেছিয়াৰ চৰকাৰে

গাজাৰ দুই হাজাৰ আহত লোকক চিকিৎসা প্ৰদান কৰিব ইণ্ডোনেছিয়াৰ চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd