• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত জিলা মইনা পাৰিজাতৰ উদ্যোগত শিশু দিৱস পালন; শিশুবন্ধু উপাধি প্ৰদান

উত্তম শইকীয়া by উত্তম শইকীয়া
November 15, 2020 8:32 am
IMG-20201114-WA0027~2

ফটো : নর্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ লগতে শনিবাৰৰ দিনা বোকাখাততো বোকাখাত জিলা মইনা পাৰিজাতৰ উদ্যোগত শিশু দিৱস উদযাপন কৰা হয় ৷

বোকাখাতৰ পাৰিজাত ভৱনত ক’ভিড-১৯ প্ৰতিৰোধৰ সকলো প্ৰট’কল ৰক্ষা কৰি দিনজোৰা কাৰ্যসুচীৰে শিশুদিৱস উদযাপন কৰা হয় ৷

অনুষ্ঠানৰ পতাকা উত্তোলন কৰে জিলা মইনা পাৰিজাতৰ সভাপতি মনোৰঞ্জন সেনে ৷ স্মৃতি তৰ্পণ কৰে বিশিষ্ট লেখিকা নিজৰা বৰঠাকুৰে ৷

মনোৰঞ্জন সেনৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে পুৱতি সাহিত্য সভাৰ সভাপতি অপুৰ্ব বৰদলৈয়ে ৷

অনুষ্ঠানত মুখ্য অতিথি হিচাবে সাহিত্যিক পেঞ্চনাৰ অন্নদা শইকীয়া, বিশিষ্ট অতিথি হিচাবে সদৌ অসম মইনা পাৰিজাতৰ উপ সভাপতি সুৰেন্দ্ৰ নাথ গগৈ আৰু জোষ্ঠ সাংবাদিক ভৱেশ শইকীয়াৰ, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতাৰ উপৰিও নিৰ্দিষ্ট বক্তা হিচাবে কল্পনা চেতিয়াই অংশ গ্ৰহণ কৰে ৷

নিজৰ ভাষণত কল্পনা চেতিয়াই প্ৰাক্তন প্ৰধান মন্ত্ৰী জৱহৰলাল নেহেৰুৰ আদৰ্শ তথা মইনা পাৰিজাতৰ কৰ্মপ্ৰেৰণাৰে আগবাঢ়ি যাবলৈ মইনা সকলক আহ্বান জনায়৷

অনুষ্ঠানত সদৌ অসম মইনা পাৰিজাতে বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়ালৈ আগবঢ়োৱা শিশুবন্ধু উপাধি আনুষ্ঠানিক ভাৱে প্ৰদান কৰে ৷ শিশুবন্ধু উপাধিৰ লগতে চেলেং চাদৰ, স্মাৰক আৰু মান পত্ৰৰে ভৱেশ শইকীয়াক সদৌ অসম মইনা পাৰিজাতে সম্বৰ্ধনা জনায় ৷

এই অনুষ্ঠানতে বোকাখাত জিলা মইনা পাৰিজাতে অনলাইন যোগে আয়োজন কৰা একক অভিনয় প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰা হয় ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

August 21, 2025 7:25 pm
অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

August 21, 2025 6:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd