• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সদৌ অসম একাংকিকা নাট প্ৰতিযোগিতাত বোকাখাতৰ ‘সাৰথি’ নাট্যগোষ্ঠীলৈ শ্ৰেষ্ঠ দলৰ সন্মান

উত্তম শইকীয়া by উত্তম শইকীয়া
October 14, 2018 10:15 am
550
VIEWS
Share on FacebookShare on Twitter

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত, চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু মৰাণ আঞ্চলিক সমিতিৰ সহযোগত বিপুল মহন্ত সোঁৱৰণী সদৌ অসম একাংক নাট প্ৰতিযোগিতাত বোকাখাতৰ  সাৰথি নাট্যগোষ্ঠীয়ে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰবলৈ সক্ষম হয়।

নাট্যকাৰ অমৰ শৰ্মাৰ দ্বাৰা ৰচিত  ‘দ্যা আল্টিমেট বুমেৰাং’ নামৰ নাটকখনৰ জৰিয়তে বোকাখাতৰ সাৰথি নাট্যগোষ্ঠীয়ে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰি বোকাখাতলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয়।

তাৰোপৰি এই প্ৰতিযোগিতাত সাৰথিৰ ৰনাল্ড হুছেইনে শ্ৰেষ্ঠ পৰিচালক, ৰাজদ্বীপ দত্তই শ্ৰেষ্ঠ শিশুশিল্পী, পূজাশ্ৰী তামুলীয়ে দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হয়।

নাটখনৰ আন আন চৰিত্ৰত অভিনয় কৰা শিল্পী সকল হ’ল ঋতুপৰ্ণ চৌধুৰী, দ্বীপ ঠাকুৰীয়া, আৰু প্ৰনৱ শইকীয়া। নাটকৰ শব্দ আৰু সংগীতত মৃত্যুঞ্জয় শইকীয়া আৰু ৰূপম কলিতা, পোহৰত বিতোপন কোঁৱৰ, মঞ্চ সজ্জাত ৰূপম শইকীয়া, প্ৰত্যুষ হাজৰিকা আৰু লিটম শইকীয়া। ৰূপসজ্জাত ঋতুপৰ্ণ চৌধুৰী আৰু ৰুণজুন দত্ত শইকীয়াৰ।

Recent News

দেশ প্ৰথম, পাকিস্তানক সমৰ্থন কৰা বাবে তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি বাতিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ

দেশ প্ৰথম, পাকিস্তানক সমৰ্থন কৰা বাবে তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি বাতিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ

অসমৰ কেবিনেটৰ বাতৰি পৰিবেশনৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে AI এংকৰ অংকিতা

অসমৰ কেবিনেটৰ বাতৰি পৰিবেশনৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে AI এংকৰ অংকিতা

অনলাইনত পাকিস্তানী পতাকা বিক্ৰী! আমাজন, ফ্লিপকাৰ্টক কঠোৰ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ

অনলাইনত পাকিস্তানী পতাকা বিক্ৰী! আমাজন, ফ্লিপকাৰ্টক কঠোৰ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd