• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেৰুণ শাৰী, কপালত ফোট; কইনা সাজি ৰাজনীতিক দৰাৰ সৈতে বিয়াত বহিল অভিনেত্ৰী স্বৰা ভাস্কৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 16, 2023 7:48 pm
208
VIEWS
Share on FacebookShare on Twitter

বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰ বিবাহপাশত আৱদ্ধ হৈছে। যাৰ বাবে তেওঁৰ একাংশ অনুৰাগী উৎফুল্লিত হৈ পৰিছে। আনহাতে একাংশই আচৰিত হৈছে যে এয়া কেতিয়া, ক’ত আৰু কেনেকৈ ঘটিল?

প্ৰকৃততে, এই বিবাহৰ বিষয়ে কাৰো ওচৰত কোনো খবৰ নাছিল। সমাজবাদী পাৰ্টিৰ নেতা আৰু মুম্বাইৰ টাটা ইনষ্টিটিউট অফ ছ’চিয়েল ছায়েন্সৰ প্ৰাক্তন সাধাৰণ সম্পাদক ফাহাদ আহমেদক তেওঁ সংগী হিচাপে বাছনি কৰিছে। স্বৰাই নিজেই এটা ভিডিঅ’ শ্বেয়াৰ কৰি তেওঁৰ বিবাহৰ বাতৰি প্ৰকাশ কৰিছে আৰু সকলোকে নিজৰ প্ৰেমকাহিনীৰ বিষয়েও জনাইছে।

স্বৰা সামাজিক মাধ্যমত বহুত সক্ৰিয় আৰু এতিয়া তেওঁ এটা পোষ্টৰ জৰিয়তে ফাহাদৰ সৈতে তেওঁৰ সাক্ষাৎ আৰু প্ৰেমকাহিনীৰ বিষয়ে বহুকথা কৈছে। ২০১৯ চনত এটা প্ৰতিবাদৰ সময়ত দুয়ো প্ৰথম লগ হৈছিল। যাৰ পিছত তেওঁলোকৰ মাজত সম্পৰ্ক বাঢ়ি গৈছিল।

আনহাতে, ফাহাদে স্বৰাক তেওঁৰ ভনীয়েকৰ বিয়ালৈ নিমন্ত্ৰণ কৰিছিল যদিও শ্বুটিংত ব্যস্ত থকাৰ বাবে স্বৰাই এই বিয়াত উপস্থিত থাকিব নোৱাৰিলে। কিন্তু স্বৰাই প্ৰতিশ্ৰুতি দিছিল যে তেওঁ ফাহাদৰ বিয়াত উপস্থিত থাকিব। তেতিয়া কোনে জানিছিল যে এদিন তেওঁৱেই ফাহাদৰ কইনা হ’ব।

Sometimes you search far & wide for something that was right next to you all along. We were looking for love, but we found friendship first. And then we found each other!
Welcome to my heart @FahadZirarAhmad It’s chaotic but it’s yours! ♥️✨🧿 pic.twitter.com/GHh26GODbm

— Swara Bhasker (@ReallySwara) February 16, 2023

বিবাহ উপলক্ষে নাছিল কোনো ডাঙৰ ফাংচন, নাছিল কোনো হাই-হট্টগোল। দৰাচলতে, স্বৰাই অতি সাধাৰণভাৱে আদালতত বিবাহ কৰিছে। ছ’চিয়েল মিডিয়াত এখন ছবি পোহৰলৈ আহিছে য’ত স্বৰাক মেৰুণ শাৰী, কপালত ফোট পিন্ধা আৰু ডিঙিত মালা পিন্ধি থকা দেখা গৈছে। তেওঁ ফাহাদৰ হাতত ধৰি আছে।

একে সময়তে, ফাহাদক বগা কুৰ্তাত মেৰুণ নেহৰু জেকেট পিন্ধা দেখা গৈছে। তেওঁলোক দুয়োৱে বিবাহৰ বাবে ৬ জানুৱাৰীত আদালতত নথিপত্ৰ দাখিল কৰিছিল। উল্লেখ্য যে বলীউডৰ অভিনেত্ৰী স্বৰাও সামাজিক সমস্যাক লৈ প্ৰায় সৰৱ হৈ থকা দেখা যায়।  

Recent News

সদায় পুৱা এই পানীয়ই হাড়ৰ পৰা বাহিৰ কৰি দিব যন্ত্ৰণা; মাত্ৰ ১৫ দিনতে ইউৰিক এচিডৰ পৰা সকাহ!

সদায় পুৱা এই পানীয়ই হাড়ৰ পৰা বাহিৰ কৰি দিব যন্ত্ৰণা; মাত্ৰ ১৫ দিনতে ইউৰিক এচিডৰ পৰা সকাহ!

উচ্ছেদ আৰু গুলীচালনাৰ বিৰোধিতা : ভাৰতৰ কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) গোৱালপাৰা জিলা কমিটিৰ প্ৰেছ বিবৃতি

উচ্ছেদ আৰু গুলীচালনাৰ বিৰোধিতা : ভাৰতৰ কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) গোৱালপাৰা জিলা কমিটিৰ প্ৰেছ বিবৃতি

গোৱালাপাৰাৰ পাইকানৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী শাসনৰ চূড়ান্ত নিদৰ্শনঃ ডি ৱাই এফ আই

গোৱালাপাৰাৰ পাইকানৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী শাসনৰ চূড়ান্ত নিদৰ্শনঃ ডি ৱাই এফ আই

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ দাবীত প্ৰতি জিলাৰ আয়ুক্তক দাবী পত্ৰ প্ৰদাল আপৰ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ দাবীত প্ৰতি জিলাৰ আয়ুক্তক দাবী পত্ৰ প্ৰদাল আপৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd