• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’নাত আক্ৰান্ত বলীউদ অভিনেতা ৰণবীৰ কাপুৰ; জনালে মাতৃ নীতু কাপুৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2021 2:47 pm
WhatsApp Image 2021-03-09 at 1.34.33 PM

ৰণবীৰ কাপুৰ।

243
VIEWS
Share on FacebookShare on Twitter

কৰ’নাভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে বলীউদৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰ। ছচিয়েল মিডিয়াত প’ষ্ট কৰি মাক নীতু কাপুৰে এইকথা জানিবলৈ দিয়ে।

বৰ্তমান অভিনেতাগৰাকী হোম আইছ’লেশ্যনত আছে।

নীতু কাপুৰে ইনষ্টাগ্ৰামত প’ষ্ট কৰি পুত্ৰৰ এই অসুস্থতাৰ কথা জানিবলৈ দিছে। ৰণবীৰৰ ফটো প’ষ্ট কৰি তেওঁ লিখিছে,‘’ আপোনালোকৰ শুভেচ্ছা আৰু উদ্বিগ্নতাৰ বাবে ধন্যবাদ। ৰণবীৰ কোভিড-১৯ পজিটিভ। তেওঁৰ চিকিৎসা চলি আছে আৰু সোনকালেই সুস্থ হৈ উঠিছে। বৰ্তমান ঘৰতেই আইছ’লেশ্যনত আছে।‘’

পূৰ্বে এক সংবাদমাধ্যমত দিয়া সাক্ষাৎকাৰত জেঠায়েক ৰণধীৰ কাপুৰে কৈছিল,’’ৰণবীৰৰ শৰীৰৰ ঠিক নহয়। কিন্তু তেওঁ কৰ’নাত আক্ৰান্ত নে আন কিবা সেয়া জানিব পৰা হোৱা নাই।‘’

উল্লেখ্য যে প্ৰায় এমাহ আগেয়ে ‘যুগ যুগ জিঅ’ৰ শ্বুটিঙৰ সময়ত কৰ’নাত আক্ৰান্ত হৈছিল ৰণবীৰৰ মাতৃ নীতু কাপুৰ। বৰ্তমান তেওঁ সুস্থ হৈ উঠিছে।

ইপিনে, ৰণবীৰ কাপুৰ কেইবাখনো ছবিৰ কামত ব্যস্ত হৈ আছে। আলিয়া ভাটৰ সৈতে ‘ব্ৰহ্মাস্ত্ৰ’ ছবিৰ কাম কৰি আছে ৰণবীৰে।

অভিনেতাগৰাকী শীঘ্ৰেই সুস্থ হৈ উঠাৰ কামনা কৰিছে অনুৰাগীসকলে।

Recent News

ভুৱা PhonePe কেলেংকাৰীত দুজনক দোষী সাব্যস্ত পাছিঘাট চিজেএম আদালতৰ

ভুৱা PhonePe কেলেংকাৰীত দুজনক দোষী সাব্যস্ত পাছিঘাট চিজেএম আদালতৰ

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd