• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বলাবলাৰ জিনাৰী নৈত গা ধুবলৈ গৈ শিশু সন্ধানহীন; আৰক্ষী, এছ ডি এৰ এফৰ তীব্ৰ উদ্ধাৰ অভিযান

নীলমনি শর্মা by নীলমনি শর্মা
May 13, 2019 9:51 pm
boy missing

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

1.7k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ জিনাৰী নৈত গা ধুবলৈ আহি এজন আঠ বছৰীয়া শিশু সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ বলবলা অঞ্চলত চাঞ্চল্য সৃষ্টি কৰিছে।

ঘটনাৰ বিৱৰণী মতে, আগিয়া বুধিপাৰাত স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা বলীন নমঃ দাসৰ পুত্ৰ তাপস দাসে বলবলাৰ খ্ৰাগাবাৰীৰ আইতাকৰ ঘৰলৈ ফুৰিবলৈ আহি তিনিগৰাকী সমনীয়াৰ সৈতে জিনাৰী নৈত গা ধুবলৈ বুলি দুপৰীয়া ওলাই যায়।

সমনীয়াৰ সৈতে নৈত গা ধুই থকাৰ সময়তে ৮ বছৰীয়া তাপস নামৰ শিশুটো নৈৰ দ পানীত পিচলি পৰি যায়। আকস্মিক দুৰ্ঘটনাটোত হতভম্ব হৈ গা ধুবলৈ যোৱা আন দুজন সমনীয়াই তাপসক উদ্ধাৰৰ বাবে চেষ্টা কৰিছিল যদিও সফল হ’ব নোৱাৰিলে।

নৈৰ দ পানীত পৰি যোৱা তাপসক উদ্ধাৰ কৰিব নোৱাৰি সমনীয়া দুগৰাকীয়ে ঘৰলৈ আহি সমগ্ৰ ঘটনা পৰিয়ালৰ আগত বৰ্ণনা কৰি কোৱাৰ পাছত পৰিয়ালৰ লোকৰ মাজত হুৱাদুৱা লাগে।

ইতিমধ্যে নৈৰ পানীত উটি যোৱা শিশুজনক উদ্ধাৰ কৰাৰ বাবে আৰক্ষীৰ লগতে এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ তীব্ৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও সন্ধানহীন হৈ থকা শিশুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd