• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোনো সদিচ্ছা নাই, বিপিএফ ১০ শতাংশৰ চৰকাৰ : হিতেশ বসুমতাৰী

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
August 30, 2018 9:01 pm
হিতেশ বসুমতারী
132
VIEWS
Share on FacebookShare on Twitter

“ৰাইজৰ সমস্যাৰ কথা ভাবিবলৈ বিটিচিৰ প্ৰশাসন চলোৱা বিপিএফ দলৰ আহৰি নাই। তেওঁলোকৰ কাৰ্যালয়ত কেৱল ঠিকা-ঠুকুলিৰ কথাহে আলোচনা হয়। এই চৰকাৰক কেৱল ১০ শতাংশ ধনহে লাগে। আঁচনিৰ ১০ শতাংশ ধন কাটি ৰখাটো এওঁলোকৰ নিয়ম। বিপিএফ চৰকাৰৰ কোনো সাদিচ্ছা নাই,‘’ -এই অভিযোগ চাপাগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ইউ পি পি(এল) দলৰ উপ সভাপতি হিতেশ বসুমতাৰীৰ।

আজি আবেলি বাক্সা জিলাৰ তামুলপুৰৰ মটঙাপাৰ সাংস্কৃতিক ভৱনত  জিলা ইউপিপি(এল) দলৰ সভাপতি বাণী কান্ত বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত দলৰ প্ৰথম ত্ৰিবাৰ্ষিক অধিবেশনৰ মুকলি সভা উদ্বোধন কৰি বসুমতাৰীয়ে এইদৰে অভিযোগ কৰে।

ভাষণ প্ৰসংগত তেওঁ কয় যে উন্নয়নৰ বাবে পৰিকল্পনাৰ দৰকাৰ। বিপিএফ চৰকাৰৰ কোনো পৰিকল্পনা নাই, গতিকে বিটিচিৰ উন্নয়ন হ’ব কেনেদৰে বুলিও প্ৰশ্ন কৰে নেতা গৰাকীয়ে। বিটিচিত সমস্যা বুলিলে কেৱল ৰাস্তা ঘাটৰ সমস্যাই নহয়, আন বহুতো জাতীয় সমস্যাও আছে।

আলফা, এনডিএফবিৰ সমস্যাটো চৰকাৰে কেৱল আলোচনাৰ নামত আলোচনাহে চলাই আছে কিন্তু কোনো মীমাংসা হোৱা নাই। ৰাজনৈতিকভাৱে এই সমস্যাটোৰ  সমাধান কৰিৱ লাগিৱ। এই সমস্যা সমাধান কৰাৰ দায়িত্ব চৰকাৰৰ বুলিও তেওঁ কয়।

সভাত  মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা ইউপিপি(এল) দলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মই ভাল কাম কৰিবলৈ যি কোনো দলত থাকিও কৰিব পাৰি  বুলি কয়। তেওঁৰ সুদীৰ্ঘ  ভাষণত অবড়োৰ সমস্যাৰ কথা কৈ সাংসদ হোৱা  হীৰা শৰণীয়া (নৱ কুমাৰ শৰনীয়া) ই অবড়োৰ হৈ মাত নামাতে বুলিও অভিযোগ কৰে।

হীৰা শৰণীয়াই ৭০ : ৩০ ৰ শ্লোগান দি আছে যদিও যেতিয়া তেওঁৰ কেৰিয়াৰ শেষ হ’ব তেতিয়া প্ৰথমে “জয় বড়োলেণ্ড”  ক’ব বুলিও কটাক্ষ কৰে। সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা সভাত এম চিএল এ মালতী ব্ৰহ্ম হাজোৱাৰীয়েও ভাষণ প্ৰদান কৰে। আজি এই সভাৰ পূৰ্বে অনুষ্ঠিত হোৱা প্ৰতিনিধি  সভাত পৰবৰ্তী  তিনি বছৰৰ বাবে বিপুল বসুমতাৰীক সভাপতি আৰু,ফনিন্দ্ৰ নাৰ্জাৰীক সম্পাদক হিচাপে লৈ মুঠ ৩৫ জনীয়াকৈ দলৰ নতুন জিলা কমিটিখন গঠন কৰা হয়।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd