• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে প্ৰত্যাহাৰ কৰিলে চৰকাৰী নিৰাপত্তাৰক্ষী

চাজিদ খান by চাজিদ খান
December 22, 2020 2:09 pm
FB_IMG_1608314511360
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াও বিটিচিত পৰিষদ গঠন কৰিব বুলি দৃঢ়তাৰে দাবী কৰি থকা বিপিএফৰ প্ৰধান তথা প্ৰাক্তন বিচিটি চীফ হাগ্ৰামা মহিলাৰীয়ে অৱশেষত অসম চৰকাৰে প্ৰদান কৰা সকলো ধৰণৰ চৰকাৰী নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰিছে।

সোমবাৰে প্ৰাক্তন বিটিচি প্ৰধানগৰাকীয়ে অসম আৰক্ষী মহাপৰদিৰ্শক (বিটিআৰ) অনুৰাগ আগৰৱালালৈ প্ৰেৰণ কৰা এক পত্ৰত চৰকাৰী নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰাৰ কথা উল্লেখ কৰিছে।

“মই আপোনাক জনাও যে, অসম চৰকাৰে মোক আৰু মোৰ বাসগৃহৰ বাবে প্ৰদান কৰা নিৰাপত্তাৰক্ষীক ২১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰত্যাহাৰ কৰা হৈছে।”

উল্লেখ্য যে বিটিচিৰ মুখ্য কাৰ্যবাহীগৰাকীক অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ সমপৰ্যায়ৰ চৰকাৰী নিৰাপত্তা প্ৰদান কৰা হয়।

বিগত ১৭ বছৰ ধৰি বিটিচিৰ চীফ হিচাপে কাৰ্যনিৰ্বাহ কৰা হাগ্ৰামা মহিলাৰীয়ে অসম চৰকাৰে প্ৰদান কৰা কেবিনেট সমপৰ্যায়ৰ নিৰাপত্তা লাভ কৰি আহিছিল।

ইফালে হাগ্ৰামা মহিলাৰীৰ দল বড়োলেণ্ড পিপলছ ফ্ৰণ্ট(BPF)এ অফিচিয়েল ফেইচবুক পেজত এতিয়াৰে পৰা হাগ্ৰামা মহিলাৰীৰ নিৰাপত্তাৰ দিশটো চিন্তাজনক হৈ থাকিব প্ৰকাশ কৰিছে।

“বিটিচিৰ প্ৰধানৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা হাগ্ৰামা মহিলাৰীয়ে কেবিনেট মন্ত্ৰীৰ সমমৰ্যাদাৰ পদত ১৭ বছৰ ধৰি অধিস্থিত আছিল। প্ৰাক্তন বিচিটি প্ৰধান হিচাপেই নহয়, ৰাজ্যৰ বৃহত্তম আঞ্চলিক দলটোৰ সভাপতি হিচাপেও হাগ্ৰমা মহিলাৰীৰ নিৰাপত্তাৰ দিশটো এতিয়াৰ পৰা উদ্বেগৰ বিষয় হৈ থাকিব।” বিপিএফৰ ফেইচবুক পেজত এইদৰে কোৱা হৈছে।

উল্লেখ্য যে ২০০৩ চনৰ পৰা বিটিচি প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰা হাগ্ৰামাই বিগত বিটিচি পৰিষদীয় নিৰ্বাচনত নিজ দল বিবিএফে বৃহত্তম দলৰূপে পৰগণিত হ’লেও বিজেপিয়ে বিটিচিত মিত্ৰতা ভংগ কৰাত ক্ষমতাচ্যুৎ হয়।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd