• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাকিস্তানত ভুলতে মিছাইল নিক্ষেপ: তিনি বায়ু সেনা বিষয়াক বৰ্খাস্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 24, 2022 11:00 am
BrahMos missile misfire
168
VIEWS
Share on FacebookShare on Twitter

যোৱা ৯ মাৰ্চত চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত ভুলতে ব্ৰাহ্ম’ছ মিছাইল নিক্ষেপ ঘটনা সন্দৰ্ভত মঙলবাৰে ভাৰতীয় বায়ু সেনাৰ তিনিগৰাকী বিষয়াক সেৱাৰ পৰা বৰ্খাস্ত কৰা হৈছে। শাস্তিৰ সন্মুখীন হোৱা তিনি বিষয়াৰ ভিতৰত আছে এজন গ্ৰুপ কেপ্টেইন আৰু দুজন উইং কামাণ্ডাৰ।

ভাৰতীয় বায়ু সেনাই মঙলবাৰে এক বিবৃতি যোগে এই শাস্তিমূলক ব্যৱস্থাৰ বিষয়ে সদৰী কৰে। বিষয়াকেইগৰাকীক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই শাস্তি প্ৰদান কৰা হৈছে বুলি বায়ুসেনাই উল্লেখ কৰে।

উল্লেখ্য যে চলিত বৰ্ষৰে ৯ মাৰ্চত দুৰ্ঘটনাক্ৰমে ব্ৰহ্ম’ছ মিছাইল নিক্ষেপ কৰা হৈছিল। ভাৰতীয় এয়াৰবেছৰ পৰা ভুলৱশত: নিক্ষেপ কৰা ব্ৰাহ্ম’ছ মিছাইলটো পাকিস্তানৰ ভিতৰৰ মিয়ান চান্নু নামৰ ঠাইত অৱতৰণ কৰিছিল।

পাকিস্তান চৰকাৰে এই ঘটনাত আপত্তি কৰি ইছলামাবাদস্থিত ভাৰতীয় দূতাবাসৰ শীৰ্ষ বিষয়ালৈ চমন জাৰি কৰিছিল। এনে চূড়ান্ত অৱহেলাৰ পৰা হ’ব পৰা অপ্ৰীতিকৰ পৰিণামৰ প্ৰতি সতৰ্ক হোৱাৰ লগতে ভৱিষ্যতে এনে উলংঘনৰ পুনৰাবৃত্তি নকৰিবলৈ সকীয়াই দিছিল দেশখনে।

এই ঘটনাৰ পাছতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ১৫ মাৰ্চত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছিল। ৰাজ্যসভাত এই বিষয়ে সদৰী কৰি তেওঁ লগতে ঘটনাটোৰ ফলত অৱশ্যে পাকিস্তানত কোনো ক্ষতি হোৱাৰ খবৰ পোৱা নাই বুলিও উল্লেখ কৰিছিল।

বিষয়টোৰ অনুসন্ধানৰ বাবে গঠন কৰা তদন্ত আদালতত তিনিজন বিষয়াৰ দ্বাৰা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰক্ৰিয়াৰ (এছ.ও.পি.) পৰা বিচ্যুতিৰ ফলত মিছাইলটো দুৰ্ঘটনাক্ৰমে নিক্ষেপ হয় বুলি প্ৰমাণ হয়।

সেয়েহে এই ঘটনাটোৰ বাবে এগৰাকী গ্ৰুপ কেপ্টেইন আৰু দুগৰাকী উইং কামাণ্ডাৰক মুখ্যতঃ দোষী হিচাপে গণ্য কৰি তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়।

Recent News

এসপ্তাহৰ বাবে বন্ধ হ’ল আইপিএলঃ ইংলেণ্ডত আইপিএল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ

এসপ্তাহৰ বাবে বন্ধ হ’ল আইপিএলঃ ইংলেণ্ডত আইপিএল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

সাপৰ বিষেই নিচা! এই পৰ্যন্ত ৬০০ বিষাক্ত সৰ্পৰ বিষ সহ্য কৰিছে এইজন ব্যক্তিয়ে : কেনেকৈ সম্ভৱ?

সাপৰ বিষেই নিচা! এই পৰ্যন্ত ৬০০ বিষাক্ত সৰ্পৰ বিষ সহ্য কৰিছে এইজন ব্যক্তিয়ে : কেনেকৈ সম্ভৱ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd