• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ভিড যুদ্ধ : কামিনছৰ পাছতে ভাৰতলৈ অনুদান আগবঢ়ালে প্ৰাক্তন তাৰকা ব্ৰেট লীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2021 5:17 pm
ক’ভিড যুদ্ধ : কামিনছৰ পাছতে ভাৰতলৈ অনুদান আগবঢ়ালে প্ৰাক্তন তাৰকা ব্ৰেট লীয়ে

(ফাইল ফটো)

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অষ্ট্রেলিয়ান ফাষ্ট বলাৰ পেট কামিনছৰ পাছতে ভাৰতৰ ক’ভিড যুদ্ধৰ বাবে আৰ্থিক অনুদান আগবঢ়ালে আন এজন অষ্ট্ৰেলিয়ান তাৰকাই।

ক্ৰিকেট জগতত এসময়ত ফাষ্ট বলিঙেৰে তোলপাৰ লগোৱা প্ৰাক্তন তাৰকা ব্ৰেট লীয়ে অক্সিজেন ক্ৰয় কৰিবলৈ ১ বিটকইন অনুদান আগবঢ়াইছে।

ভাৰতীয় হিচাপত এক বিটকইনৰ মূল্য হৈছে ৪৩ লাখ টকা।

মঙলবাৰে এটা টুইটৰ যোগেৰে তেওঁ এই কথা জানিবলৈ দিছে।

Well done @patcummins30 🙏🏻 pic.twitter.com/iCeU6933Kp

— Brett Lee (@BrettLee_58) April 27, 2021

তেওঁ এই অনুদানৰ বাবে পেট কামিনছৰ পৰা অনুপ্ৰেৰণা লাভ কৰা বুলি জনায়।

টুইটটোত তেওঁ লিখে যে ভাৰত তেওঁৰ বাবে ‘চেকেণ্ড হোম’ আৰু ভাৰতত লাভ কৰা মৰম-চেনেহৰ বাবেই তেওঁ দেশখনৰ লোকসকলৰ সংকটৰ সময়ত একেলগে থিয় দিছে।

এইক্ষেত্ৰত তেওঁ নিজকে সৌভাগ্যশালী হিচাপেও অনুভৱ কৰিছে।

উল্লেখযোগ্য যে প্ৰাক্তন তাৰকাজনে বিশ্ব ক্ৰিকেটৰ উপৰিও আইপিএলতো চমক সৃষ্টি কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেকটাছে ওজন হ্ৰাস, কলেষ্টেৰল নিয়ন্ত্ৰণ, বিভিন্ন ৰোগ নিৰাময় কৰাত সহায় কৰিব পাৰে, জানক সবিশেষ…

কেকটাছে ওজন হ্ৰাস, কলেষ্টেৰল নিয়ন্ত্ৰণ, বিভিন্ন ৰোগ নিৰাময় কৰাত সহায় কৰিব পাৰে, জানক সবিশেষ…

August 22, 2025 6:30 am
‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

August 21, 2025 7:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেকটাছে ওজন হ্ৰাস, কলেষ্টেৰল নিয়ন্ত্ৰণ, বিভিন্ন ৰোগ নিৰাময় কৰাত সহায় কৰিব পাৰে, জানক সবিশেষ…

কেকটাছে ওজন হ্ৰাস, কলেষ্টেৰল নিয়ন্ত্ৰণ, বিভিন্ন ৰোগ নিৰাময় কৰাত সহায় কৰিব পাৰে, জানক সবিশেষ…

August 22, 2025 6:30 am
‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd