• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চলিত আই পি এলত খেলুৱৈ সকলক গীটাৰ শিকা আৰু তাচ খেলাৰ পৰামৰ্শ ব্ৰেট লীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 9, 2020 10:47 pm
233
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না মহামাৰীৰ মাজতে য়ু এ ইত অনুষ্ঠিত কৰিব বিচৰা সৰ্ববৃহৎ ক্ৰিকেট লীগ আই পি এলৰ সম্পৰ্কত মত প্ৰকাশ কৰিছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ ব্ৰেট লীয়ে।

ব্ৰেট লীয়ে আই পি এল ২০২০ৰ ‘বায়ো চিকিউৰ বাবল’ মানি চলাৰ ক্ষেত্ৰত খেলুৱৈ সকলে হোটেলৰ কক্ষত তাছ খেলাৰ লগতে গীটাৰ বজোৱা শিকিব লাগিব বুলি কয়।

এই স্পৰ্শকাতৰ সময়ত প্ৰতিগৰাকী খেলুৱৈ তথা ক্ৰিকেটৰ সৈতে জড়িত লোকে  নিয়ম অনুসৰি সঠিক কাম কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে।

আনহাতে, কলকাতা নাইট ৰাইডাৰ্ছৰ মুখ্য প্ৰশিক্ষক হিচাপে অনিল কুম্বলেক দায়িত্ব দিয়া সম্পৰ্কতো মত ব্যক্ত কৰি ব্ৰেট লীয়ে কয় যে অনিল কুম্বলেৰ অভিজ্ঞতা আৰু ক্ৰিকেটীয় জ্ঞানে কলকাতা নাইট ৰাইডাৰ্ছক এইবাৰ আই পি এলত যথেষ্ট সহায় কৰিব।

Recent News

ভাইৰেল ভিডিঅ’ই উদঙাই দিলে চিকিৎসকৰ গাফিলতি: মেৰুটৰ এখন চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগত চিকিৎসকৰ অৱহেলাত ৰোগীৰ মৃত্যু

ভাইৰেল ভিডিঅ’ই উদঙাই দিলে চিকিৎসকৰ গাফিলতি: মেৰুটৰ এখন চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগত চিকিৎসকৰ অৱহেলাত ৰোগীৰ মৃত্যু

খুলি খুলি খাইছে নেকি বিচ্ছেদৰ বেদনাই? জানি লওক মন ভালে ৰখাৰ কিটিপ

খুলি খুলি খাইছে নেকি বিচ্ছেদৰ বেদনাই? জানি লওক মন ভালে ৰখাৰ কিটিপ

যদি মোদীৰ ইন্দিৰা গান্ধীৰ দৰে সাহস আছে, তেন্তে তেওঁ কওক যে ট্ৰাম্পে যুদ্ধবিৰতিৰ বিষয়ে মিছা কৈছিল: ৰাহুল গান্ধী

যদি মোদীৰ ইন্দিৰা গান্ধীৰ দৰে সাহস আছে, তেন্তে তেওঁ কওক যে ট্ৰাম্পে যুদ্ধবিৰতিৰ বিষয়ে মিছা কৈছিল: ৰাহুল গান্ধী

ইয়াতেই লিখা হৈছিল ‘গীতঞ্জলি’, এতিয়া পৰিতক্ত ৰবীন্দ্ৰনাথৰ সেই ‘হৈমন্তী’! ৰক্ষণাবেক্ষণৰ দাবী প্ৰতিমা মণ্ডলৰ

ইয়াতেই লিখা হৈছিল ‘গীতঞ্জলি’, এতিয়া পৰিতক্ত ৰবীন্দ্ৰনাথৰ সেই ‘হৈমন্তী’! ৰক্ষণাবেক্ষণৰ দাবী প্ৰতিমা মণ্ডলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd