• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’না ভাইৰাছত আক্ৰান্ত ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনক হাস্পাতলত ভৰ্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2020 8:00 am
download-4

ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছন।

9.3k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ সংক্ৰমণ গোটেই বিশ্বতে আতংকৰ সৃষ্টি কৰিছে। বিশ্বত এতিয়ালৈকে প্ৰায় ১৩ লাখ লোক কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

ইয়াৰ মাজতে কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছক হাস্পাতলত ভৰ্তি কৰা হৈছে।

দেশখনৰ প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে যে দেওবাৰে শেহ নিশা বৰিছ জনছনক হাস্পাতলত ভৰ্তি কৰা হয়।

ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে জানিব দিয়ে যে জনছনৰ শৰীৰত কৰ’না ভাইৰাছৰ লক্ষণ এতিয়াও দেখা গৈছে। সেয়েহে, পৰীক্ষাৰ বাবে প্ৰধান মন্ত্ৰী জনছনক হাস্পাতলত ভৰ্তি কৰা হৈছে।

কাৰ্যালয়ে লগতে জনাইছে যে চিকিৎসকৰ পৰামৰ্শৰ পাছতে জনছনক হাস্পাতললৈ নিয়া হয়। অৱশ্যে প্ৰধান মন্ত্ৰীৰ স্বাস্থ্যৰ অৱনতি ঘটা নাই বুলিও কোৱা হৈছে।

উল্লেখযোগ্য যে ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছন কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাটো যোৱা ২৭ মাৰ্চত পোহৰলৈ আহিছিল। প্ৰধান মন্ত্ৰী গৰাকীৰ শৰীৰত কৰ’না ভাইৰাছ পজিটিভ পোৱা গৈছিল।

দেহত কৰ’না ভাইৰাছ পজিটিভ পোৱাৰ পাছত প্ৰধান মন্ত্ৰীগৰাকীয়ে নিজকে আইছ’লেশ্যন কৰি লৈছিল।

ইয়াৰ পূৰ্বে ব্ৰিটেইনৰ ৰাজকুমাৰ প্ৰিন্স চাৰ্লছ কৰ’নাৰ দ্বাৰা আক্ৰান্ত হৈছিল। তেওঁৰো শৰীৰত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল। কিন্তু তেওঁ সুস্থ হৈ উঠিছে আৰু বৰ্তমান স্বাস্থ্য ঠিকেই আছে।

Tags: COVID19

Recent News

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd