• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লক্ষ্য ভাৰতীয় অৰ্থনীতিক আঘাত; ১,০৬,০০০ নকল ভাৰতীয় টকাৰে বি এছ এফৰ হাতত আটক বাংলাদেশী

এন ই নাও নিউজ by এন ই নাও নিউজ
October 17, 2019 5:49 pm
Fake-Indian-currency

উদ্ধাৰ হোৱা নকল ভাৰতীয় টকাখিনি

2.1k
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ ভাৰত-বাংলাদেশ সীমান্তত থকা বি এছ এফে ১৫ অক্টোবৰত ১,০৬,০০০ মূল্যৰ নকল ভাৰতীয় টকাৰে সৈতে এগৰাকী বাংলাদেশী লোকক আটক কৰে।

মেঘালয়ত থকা বি এছ এফৰ জনসম্পৰ্ক ৰক্ষী বিষয়াই উল্লেখ কৰা অনুসৰি বি এছ এফে ১৫ অক্টোবৰত পূৱ খাচি পাহাৰীয়া জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰে নকল ভাৰতীয় টকা সৰবৰাহ কৰাৰ তথ্য লাভ কৰিছিল।

এই তথ্যৰ ভিত্তিত বি এছ এফৰ ১১ বেটেলিয়নে আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিশেষ অভিযান চলায়।

অভিযানত বি এছ এফে ভাৰত-বাংলা সীমান্তৰ পৰা ২০০ মিটাৰ আটৰত বাংলাদেশৰ নাগৰিকত্ব থকা ৬৮ বছৰীয়া ভোলা চাংমাক আটক কৰে।

ধৃত বাংলাদেশী নাগৰিক জন চুবুৰীয়া দেশখনৰ চুনমগঞ্জ জিলাৰ আনন্দপুৰ গাঁৱৰ বাসিন্দা।

আনহাতে, জেৰাৰ সময়ত ব্যক্তি গৰাকীৰ পৰা বি এছ এফে ৫৩ খন ২০০০ টকীয়া নোটেৰে সৈতে ১,০৬,০০০ নকল ভাৰতীয় টকা জব্দ কৰে।

ব্যক্তিগৰাকীয়ে নকল ভাৰতীয় টকাখিনি পলিথিনৰ বেগেৰে বান্ধি কাপোৰৰ তলত লুকুৱাই আনিছিল।

বাংলাদেশী নাগৰিক গৰাকীৰ পৰা ২ খন বাংলাদেশী ছিম যুক্ত এটা মোবাইল ফোনো উদ্ধাৰ কৰা হয়।

তদুপৰি, জেৰাৰ সময়ত চাংমাই একেখন জিলাৰে মইনা গাঁৱৰ ইনছান আলি নামৰ এজন ব্যক্তিয়ে তেওঁক টকা খিনি দি ভাৰতীয় নাগৰিক এজনৰ হাতত অৰ্পন কৰিবলৈ কোৱা বুলি প্ৰকাশ কৰে।

ঘটনাৰ লগত জড়িত থকা অধিক লোকৰ নাম পৰৱৰ্তী সময়ত পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি বি এছ এফৰ  তৰফৰ পৰা কোৱা হয়।

Recent News

কটন বিশ্ববিদ্যালয়ত ড০ হীৰেন গোহাঁইৰ ৰাভা স্মৰণ বক্তৃতাৰে বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন

কটন বিশ্ববিদ্যালয়ত ড০ হীৰেন গোহাঁইৰ ৰাভা স্মৰণ বক্তৃতাৰে বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন

আৰু এগৰাকী সোনম! ৰাজাৰ দৰেই নিৰ্মম হত্যা ৰবীন্দ্ৰকো; গ্ৰেপ্তাৰ পত্নী আৰু তেওঁৰ প্ৰেমিক

আৰু এগৰাকী সোনম! ৰাজাৰ দৰেই নিৰ্মম হত্যা ৰবীন্দ্ৰকো; গ্ৰেপ্তাৰ পত্নী আৰু তেওঁৰ প্ৰেমিক

হিতাধিকাৰীৰ চান কাঢ়ি খালে মন্ত্ৰী পত্নীয়ে : কি অভাৱত মন্ত্ৰী জয়ন্ত মল্লৰ পত্নীয়ে ল’লে দুগ্ধ ব্যৱসায়ীৰ বাবে অহা ৫০ লাখ টকা

হিতাধিকাৰীৰ চান কাঢ়ি খালে মন্ত্ৰী পত্নীয়ে : কি অভাৱত মন্ত্ৰী জয়ন্ত মল্লৰ পত্নীয়ে ল’লে দুগ্ধ ব্যৱসায়ীৰ বাবে অহা ৫০ লাখ টকা

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : জানো আহক যোগৰ মহত্ব আৰু গুৰুত্ব

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : জানো আহক যোগৰ মহত্ব আৰু গুৰুত্ব

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd