• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেঘালয়ৰ সীমান্ত অঞ্চলৰ পৰা বি এছ এফে জব্দ কৰিলে এখন গাড়ীসহ ৯টা চোৰাং গৰু

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2018 12:34 pm
cattle-smuggling-

প্ৰতিনিধিত্বমূলক চিত্ৰ

137
VIEWS
Share on FacebookShare on Twitter

আৰক্ষী তথা সীমান্তত নিয়োজিত হৈ থকা সুৰক্ষা বাহিনীক চকুত ধূলি দি অসম তথা উত্তৰ-পূবৰ আন ৰাজ্যকেইখনৰ মাজেদি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ গৰু সৰবৰাহ কৰি লৈ যোৱা তথ্য পুনৰ পোহৰলৈ আহিছে। ১৭ ডিচেম্বৰত মেঘালয়ৰ বি এছ এফ কৰ্মীৰ তৎপৰতাত চোৰাং গৰু সৰবৰাহকাৰীৰ পৰা ৯টা গৰু জব্দ কৰা কাৰ্যই এতিয়াও যে চোৰাং সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ আছে তাকেই প্ৰমাণ কৰে।

উল্লেখ্য যে মেঘালয়ৰ ভাৰত-বাংলা সীমান্তৰ দক্ষিণ গাৰো হিলছৰ বাঘমাৰাত কৰ্তব্যৰত অৱস্থাত থকা বি এছ এফ বাহিনীয়ে এখন মেঘালয়ৰে পঞ্জীয়নকৃত এম এল ১৩-৯৭৮৬ নম্বৰৰ বলেৰ’ পিক আপ ভান গাড়ীসহ ৯টা গৰু জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত গৰু কেইটাৰ বজাৰ মূল্য প্ৰায় ডেৰলাখ টকাৰো অধিক হ’ব বুলি বি এছ এফে জনায়।

আনহাতে গৰু কেইটা এক দুষ্ট চক্ৰই সীমান্তৰ সিপাৰলৈ প্ৰেৰণ কৰিবলৈ অনা হৈছিল বুলি বি এছ এফে ধাৰণা কৰিছে। তদুপৰি সৰবৰাহকাৰী দলে গৰুকেইটা ফেন্সিং নথকা অঞ্চলেৰে সিপাৰলৈ পঠিওৱাৰ পৰিকল্পনা কৰিছিল।

উল্লেখ্য যে দুই-এবছৰৰ ভিতৰত সৰবৰাহকাৰী সকলে সীমান্ত ব্যৱহাৰ কৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীকে ধৰি গৰু আদি বাংলাদেশলৈ চালান দি অহা কাৰ্যই স্বাভাৱিকতে চৰকাৰ তথা সীমান্ত সুৰক্ষা বাহিনীৰ ওপৰত প্ৰশ্নৰ উদয় হয়।

Recent News

ছত্তীশগড়ৰ বিজাপুৰত আই ই ডি বিস্ফোৰণত আহত তিনিজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান

ছত্তীশগড়ৰ বিজাপুৰত আই ই ডি বিস্ফোৰণত আহত তিনিজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান

টেক্সাছত ভয়ংকৰ বান : ১০৭ জন লোকৰ মৃত্যু, শতাধিক লোক এতিয়াও নিৰুদ্দেশ

টেক্সাছত ভয়ংকৰ বান : ১০৭ জন লোকৰ মৃত্যু, শতাধিক লোক এতিয়াও নিৰুদ্দেশ

সকলো ভাষাই ৰাষ্ট্ৰভাষা ! বিতৰ্কৰ মাজতে কেন্দ্ৰলৈ পৰামৰ্শমূলক বাৰ্তা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

সকলো ভাষাই ৰাষ্ট্ৰভাষা ! বিতৰ্কৰ মাজতে কেন্দ্ৰলৈ পৰামৰ্শমূলক বাৰ্তা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

এটা সুস্থ আৰু নিৰাপদ জীৱনশৈলী উপভোগ কৰিব বিচাৰে নেকি ?

এটা সুস্থ আৰু নিৰাপদ জীৱনশৈলী উপভোগ কৰিব বিচাৰে নেকি ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd