• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বডোলেণ্ড বিশ্ব বিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ বডোলেণ্ড ষ্টুডেন্টছ ইউনিয়নৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
July 14, 2020 5:04 pm
kokrajhar
3.1k
VIEWS
Share on FacebookShare on Twitter

বডোলেণ্ড বিশ্ব বিদ্যালয়ৰ উপাচাৰ্যক আজি সাক্ষাৎ কৰে বডোলেণ্ড ষ্টুডেন্টছ ইউনিয়নৰ এটা সজঁতি দলে।

আগছু,এ এইছ বি ভি পিৰ প্ৰতিনিধিৰ উপস্থিতিত বিশ্ব বিদ্যালয় খনৰ উপাচাৰ্যক সাক্ষাৎ কৰি দলটোৱে বিভিন্ন বিষয়ক লৈ আলোচনা কৰে।

দলটোৱে বিশেষকৈ ক’ৰ’ণাতংকৰ বাবে শেষ ছেমিষ্টাৰৰ যি সকল ছাত্র- ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হব পৰা নাই তেওঁলোকৰ ক্ষেত্ৰত কেনে পদক্ষেপ গ্ৰহণ কৰা হব সেই বিষয়ত খৰচি মাৰি আলোচনা কৰে।

বডোলেণ্ড বিশ্ব বিদ্যালয়ৰ উপাচাৰ্যই প্ৰতিনিধিৰ দলটোক এই বুলি আশ্বাস দিয়ে যে যদি ৩০ জুলাইৰ পূৰ্বে পৰীক্ষা অনুষ্ঠিত কৰা হয় তেন্তে লিখিত পৰীক্ষা হব।

৩০ জুলাইৰ পিছত পৰীক্ষা পাতিবলগীয়া হ’লে অনলাইন যোগে পৰীক্ষা পতা হ’ব।

উপাচাৰ্য গৰাকীৰ সৈতে হোৱা আলোচনা কালত বডোলেণ্ড বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী নাম ভৰ্তি অনলাইন যোগে কৰা হ’ব বুলি উপাচাৰ্যই প্ৰকাশ কৰে।

ছাত্ৰ-ছাত্ৰী সকলক অধ্যয়নৰ বাবে একোটাকৈ টেবলেট দিয়াৰ প্রসংগতো আলোচনা কৰা হয়।

ইয়াৰ বাবে অর্থ সাহায্য আগবঢ়াবলৈ বডোলেণ্ড ষ্টুডেন্টছ ইউনিয়নৰ তৰফৰ পৰা অসম চৰকাৰলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়।

বডোলেণ্ড বিশ্ব বিদ্যালয়ক ১২-বি মৰ্যাদা প্ৰদানৰো দাবী জনায়  বডোলেণ্ড ষ্টুডেন্টছ ইউনিয়নে।

Recent News

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd