• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
August 4, 2025 6:48 pm
61
VIEWS
Share on FacebookShare on Twitter

সমাগত বিটিআৰৰ নিৰ্বাচন। চলিত বৰ্ষতেই অনুস্থিত হ’ব বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচন। এই নিৰ্বাচনৰ পূৰ্বে প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে  বড়োলেণ্ড পিপলছ ফ্ৰণ্ট, চমুকৈ বিপিএফ-এ।

সোমবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰিছে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে।

প্ৰথম পৰ্যায়ত মুঠ ২২ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে দলটোৱে। প্ৰথম পৰ্যায়ত বিটিচিৰ মূল সমষ্টিসমূহ সামৰি লোৱা হৈছে।

এই প্ৰাৰ্থীৰ তালিকাত নাম আছে বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰীৰ। দেবৰগাঁও সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীয়ে।

তলত বিপিএফ-এ প্ৰকাশ কৰা তালিকাখন দিয়া হ’ল –

১)পৰ্বতঝোৰা – মুন মুন ব্ৰহ্ম
২) গুমা – অন্তাজ আলী
৩) শ্ৰীৰামপুৰ – মুক্লেশ্বৰ আহমেদ
৪) চৰাইবিল – মৃত্যুঞ্জয় নাৰ্জাৰী
৫) জামদুৱাৰ – উইলিয়াম নাৰ্জাৰী
৬) দেবৰগাঁও – হাগ্ৰামা মহিলাৰী
৭) দোৎমা – প্ৰকাশ বসুমতাৰী
৮) কচুগাঁও – ৰবিৰাম নাৰ্জাৰী
৯) বাওখুংৰি – ধনেশ্বৰ গৌৰী
১০) ছালাকাটি – দেৰহাসত বসুমতাৰী
১১) নিচিমা – জেমছ বসুমতাৰী
১২) কাজলগাঁও – পানীৰাম ব্ৰহ্ম
১৩) ১৩ চিৰাং – চুকুৰসিং মুচাহাৰী
১৪) চবাইঝাৰ – ধীৰাজ বৰগোয়াৰী
১৫) মথাংগুৰি – বেগম আখতাৰা আহমেদ
১৬) দিহিৰা – অগাষ্টুছ টিগ্গা
১৭) দৰংগাজুলি – ইমানুৱেল মুচাহাৰী
১৮) গোৰেশ্বৰ – মহেশ্বৰ বসুমতাৰী
১৯) চোক্লাই চেৰফাং – গণেশ কছাৰী
২০) খৈৰাবাৰী – লৱমছৰাও দৈমাৰী
২১) ধ্বনশিৰি – ফ্ৰেছ মুছাহাৰী
২২) ভৈৰবকুণ্ড – ৰিহন দৈমাৰী

Recent News

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

আই আই টি গুৱাহাটীৰ গৱেষকৰ আৱিষ্কাৰ! কণ্ঠবিহীন লোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ চেন্সৰ

আই আই টি গুৱাহাটীৰ গৱেষকৰ আৱিষ্কাৰ! কণ্ঠবিহীন লোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ চেন্সৰ

চুৰি কৰিবলৈ গৈ গৃহস্থৰ পাকঘৰত ৰান্ধি থোৱা ভাত খাই টোপনিত ঢলি পৰিল চোৰ! পুৱা জগাই দি উত্তম-মধ্যম সোধালে গৃহস্থই

চুৰি কৰিবলৈ গৈ গৃহস্থৰ পাকঘৰত ৰান্ধি থোৱা ভাত খাই টোপনিত ঢলি পৰিল চোৰ! পুৱা জগাই দি উত্তম-মধ্যম সোধালে গৃহস্থই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd