• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথতে দপদপাই জ্বলা তেল টেংকাৰক লৈ নুমলীগড়ত চাঞ্চল্য

উত্তম শইকীয়া by উত্তম শইকীয়া
April 25, 2019 9:30 pm
Burning oil tanker on NH 37 creates sensation in Assam's Numaligarh

নুমলীগড়ত বৃ্হস্পতিবাৰে সন্ধ্যা জ্বলি থকা টেংকাৰখন। ছবি-- নৰ্থ ইষ্ট নাও।

1.1k
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ নুমলীগড়ত ৩৭নং ৰাষ্ট্ৰীয় পথতে বৃহস্পতিবাৰে সন্ধিয়া দপদপাই জ্বলি উঠে এখন তেল পৰিবাহী খালী টেংকাৰ।

আকস্মিকভাৱে টেংকাৰখন (নং AS-05B-7471) জ্বলি উঠাত নুমলীগড়ত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে বোকাখাত আৰক্ষীৰ হস্তক্ষেপত অগ্নিনিৰ্বাপক বাহিনীয়ে কম সময়ৰ ভিতৰতে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

ৰাজপথতে টেংকাৰখন জ্বলি উঠাত ৰাইজৰ মাজত হুৱা-দুৱা লগাৰ লগতে কিছুসময়ৰ বাবে বন্ধ হৈ পৰে উজনি-নামনিৰ যোগাযোগ।

ঘটনাটোক লৈ আৰক্ষী আৰু স্থানীয় ৰাইজৰ মাজতো এক খণ্ডযুদ্ধ লাগিছিল যদিও সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণাধীন৷

নুমলীগড়ৰ লাডুলাল জৈন এণ্ড চানজ নামৰ তেল ডিপোটোৰ কাষতে টেংকাৰখন ৰাখি থোৱা আছিল। টেংকাৰখন ডিপোটোৰ তেল কঢ়িওৱা কামতে ব্যৱহৃত হৈছিল।

Recent News

ইণ্ডিয়া ঐক্যত নাথাকে আম আদমি পাৰ্টী : কংগ্ৰেছৰ লগত মিত্ৰতা ভংগ ঘোষণা

ইণ্ডিয়া ঐক্যত নাথাকে আম আদমি পাৰ্টী : কংগ্ৰেছৰ লগত মিত্ৰতা ভংগ ঘোষণা

যুদ্ধৰ প্ৰভাৱ! ভাৰতৰ তেল শোধনাগাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে ইউৰোপীয় ইউনিয়নে

যুদ্ধৰ প্ৰভাৱ! ভাৰতৰ তেল শোধনাগাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে ইউৰোপীয় ইউনিয়নে

ছত্তীশগড়ত পুনৰ নিহত মাওবাদী : সেনা-আৰক্ষীৰ গুলীত ৬ মাওবাদী নিহত, উদ্ধাৰ হৈছে এ কে ৪৭কে ধৰি বিশাল পৰিমাণৰ অস্ত্ৰ

ছত্তীশগড়ত পুনৰ নিহত মাওবাদী : সেনা-আৰক্ষীৰ গুলীত ৬ মাওবাদী নিহত, উদ্ধাৰ হৈছে এ কে ৪৭কে ধৰি বিশাল পৰিমাণৰ অস্ত্ৰ

কমিউনিষ্ট আৰু আৰ এছ এছ একেই! চিপিআই(এম)ক আৰ এছ এছৰে তুলনা ৰাহুল গান্ধীৰ

কমিউনিষ্ট আৰু আৰ এছ এছ একেই! চিপিআই(এম)ক আৰ এছ এছৰে তুলনা ৰাহুল গান্ধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd