• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লাচিত বৰফুকন পুলিচ একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰিব ভূটান আৰক্ষীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 15, 2025 3:49 pm
241
VIEWS
Share on FacebookShare on Twitter

লাচিত বৰফুকন পুলিচ একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰিব ভূটান আৰক্ষীয়ে৷ অসমৰ কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকাই এই ঘোষণা কৰি এয়া অসমৰ বাবে এক উল্লেখযোগ্য কৃতিত্ব আখ্যা দিছে। 

তেওঁ লগতে কয় যে একাডেমীয়ে ইতিমধ্যে মণিপুৰ আৰু গোৱা আৰক্ষীৰ নতুন নিযুক্তি প্ৰাপ্তসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে৷ আৰু এতিয়া ভূটানৰ বিষয়াসকলেও ইয়াৰ শীৰ্ষ পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ দ্বাৰা উপকৃত হ’ব বুলি উল্লেখ কৰে পিযুষ হাজৰিকাই৷

ইফালে, অহা ১৪ মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তিনিদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ আহিছে৷ ভ্ৰমণ সূচীৰ অংশ হিচাপে উন্নীতকৃত লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে।

আনহাতে, ১৬ মাৰ্চত গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভাৰতীয় দণ্ডবিধিৰ কাৰ্যকৰীকৰণৰ পৰ্যালোচনাও কৰিব শ্বাহে। এই ভ্ৰমণত মিজোৰাম ভ্ৰমণৰ লগতে কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া ৫৭ সংখ্যক এবছু বাৰ্ষিক সন্মিলনৰ চূড়ান্ত অধিবেশনতো অংশগ্ৰহণ কৰিব।

একাডেমীত ভূটান আৰক্ষীৰ প্ৰশিক্ষণে আৰক্ষী প্ৰশিক্ষণৰ এক প্ৰধান কেন্দ্ৰ হিচাপে অসমৰ ভূমিকা আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে৷

Recent News

মৰাণ আৰক্ষীৰ জালত আলফা(স্বাধীন)ৰ আণ্ডাৰগ্ৰাউণ্ড সদস্য ছফিউদ্দিন আহমেদ

মৰাণ আৰক্ষীৰ জালত আলফা(স্বাধীন)ৰ আণ্ডাৰগ্ৰাউণ্ড সদস্য ছফিউদ্দিন আহমেদ

দৰা হ’ব কোন! লাখ লাখ অনুৰাগীৰ হৃদয় ভাঙি বিয়াত বহিব ‘আইপিএলৰ ৰাণী’ কাব্য মৰাণ?

দৰা হ’ব কোন! লাখ লাখ অনুৰাগীৰ হৃদয় ভাঙি বিয়াত বহিব ‘আইপিএলৰ ৰাণী’ কাব্য মৰাণ?

জেৰুজালেম, টেল আভিভত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ! নিশা ইজৰাইলৰো প্ৰত্যাঘাত, ক্ৰমে তীব্ৰতৰ সংঘাত

জেৰুজালেম, টেল আভিভত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ! নিশা ইজৰাইলৰো প্ৰত্যাঘাত, ক্ৰমে তীব্ৰতৰ সংঘাত

কেদাৰনাথ যাত্ৰাৰ পথত হেলিকপ্টাৰ ভাঙি পৰি দুৰ্ঘটনাগ্ৰস্ত; ৭ জনৰ মৃত্যুৰ আশংকা

কেদাৰনাথ যাত্ৰাৰ পথত হেলিকপ্টাৰ ভাঙি পৰি দুৰ্ঘটনাগ্ৰস্ত; ৭ জনৰ মৃত্যুৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd