• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিকনা জৌহৌলাও হ’ব ৰাজ্যৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান; কেবিনেটৰ আৰু কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 17, 2025 1:17 pm
410
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ৰাইমনা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাজত অৱস্থিত চিকনা জৌহৌলাও সংৰক্ষিত বনাঞ্চলখন অসমৰ অষ্টম ৰাষ্ট্ৰীয় উদ্যান হ’ব বুলি দেওবাৰে ৰাজ্যিক কেবিনেটে সিদ্ধান্ত লয়।

পৰিৱেশ সংৰক্ষণৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে কেবিনেটে আনুষ্ঠানিকভাৱে চিকনা জৌহৌলাওক অসমৰ অষ্টম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে।

ৰাইমনা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাজত কৌশলগতভাৱে অৱস্থিত বনাঞ্চলখনৰ সন্দৰ্ভত লোৱা এই পদক্ষেপে জৈৱ বৈচিত্ৰ্য সুৰক্ষা বৃদ্ধি কৰাৰ লগতে ৰাজ্যখনৰ পৰিৱেশ পৰ্যটনক উন্নীত কৰিব বুলি আশা কৰা হৈছে।

সংবাদ মাধ্যমৰ আগত কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, “দহখন ৰাষ্ট্ৰীয় উদ্যান থকা মধ্যপ্ৰদেশৰ পিছতে এতিয়া অসমত দ্বিতীয় সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান থাকিব।”

ইপিনে, অসম সংহত স্বচ্ছ শক্তি নীতি, কাৰ্বি আংলঙৰ সৌৰ উদ্যান, সোণাপুৰ আৰু ডিমৰিয়াৰ দুখন ঔদ্যোগিক উদ্যান, জাগীৰোড আৰু ৰহাৰ মাজৰ ৫৭০ বিঘা ভূমিত এখন বিশাল ঔদ্যোগিক পামত ৰাজ্যিক কেবিনেটে অনুমোদন দিয়ে।

আনহাতে, তিৱা স্বায়ত্ত শাসিত পৰিষদৰ আসনৰ সংখ্যা ৩৬ৰ পৰা ৪২লৈ বৃদ্ধি কৰাৰ লগতে আয়ুৰ্বেদিক স্নাতকোত্তৰ চৰকাৰী চিকিৎসকক তিনিটাকৈ এডভাঞ্চ ইনক্ৰিমেন্টৰ সিদ্ধান্ততো মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰে।

ইয়াৰ উপৰিও বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’নত ব্যক্তিগত স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় স্থাপনতো কেবিনেটে অনুমোদন প্ৰদান কৰে।

Recent News

ভ্ৰমণ প্ৰীয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

ভ্ৰমণ প্ৰীয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd