• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰদুষণকাৰী হাঁহ কুকুৰাৰ ফাৰ্ম বন্ধ কৰাৰ নিৰ্দেশ কাচাৰ জিলা উপায়ুক্তৰ

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
September 25, 2018 9:25 pm
poultry-farm-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাচাৰৰ উপায়ুক্ত ড০ এছ লক্ষননে দ্বাৰবন্দৰ সোণাচেৰাৰ এখন হাঁহ কুকুৰাৰ ফাৰ্ম বন্ধ কৰাৰ নিৰ্দেশ দিছে। এই ফাৰ্মখনৰ নাম হৈছে বৰাক ভেলী লেয়াৰ ফাৰ্মিং প্ৰাইভেট লিমিটেড।

ভাৰতীয় দণ্ডবিধিৰ দফা ১৩৩ অনুসৰি ইয়াৰ আশ-পাশৰ এলেকাত প্ৰদুষণ সৃষ্টি কৰা বাবে এই ফাৰ্মখন বন্ধ কৰাৰ আদেশ দিছে।

উল্লেখ্য যে এই ফাৰ্মখনৰ বাবে অনুমতি বিচাৰি মাহৰ পাছত মাহ ধৰি জিলা উপায়ুক্তৰৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিভাগৰ কাৰ্যালয়, শ্ৰম কাৰ্যালয় আৰু গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি যোৱা বছৰ ছেপ্টেম্বৰত এই ফাৰ্মখন স্থাপন কৰিছিল। এই ফাৰ্মখনত ৪৮,০০০ কণী দিয়া হাঁহ কুকুৰা আছে।

অভিযোগ অনুসৰি, এই ফাৰ্মখনে ইয়াৰ আশ-পাশৰ এলেকাৰ জীৱন দুৰ্বিষহ কৰি তুলিছে।

নৰ্থ-ইষ্ট নাওৰ আগত পৰিৱেশ সুৰক্ষা কমিটী নামৰ সংস্থাটোৰ সম্পাদক ধৰ্মেন্দ্ৰ তিৱাৰীয়ে কৈছে, ‘‘আমি যোৱা বছৰ আমি জিলা উপায়ুক্তৰ কাৰ্যালয়, প্ৰদুষণ নিয়ন্ত্ৰণ পৰিষদৰ ওচৰত বহুবাৰ অভিযোগ উত্থাপন কৰিছিলোঁ। এই ফাৰ্মখনৰ দ্বাৰা প্ৰায় ১৫০০ বাসিন্দা বিৰূপভাৱে প্ৰভাৱিত হৈছে আৰু প্ৰায় ১০,০০০ লোক পৰোক্ষভাৱে ক্ষতিগ্ৰস্ত হৈছে। তাৰ পাছত আমি এই সন্দৰ্ভত তথ্য জনাৰ অধিকাৰৰ বাবে আৱেদন কৰিছিলোঁ আৰু গম পাইছিলোঁ যে এনেধৰণৰ ফাৰ্ম ৰাষ্টাৰ কাষত. নদীৰ কাষত স্থাপন কৰিব নোৱাৰি। ইমান দিনে এই ফাৰ্মখনে এই আইনলৈ অংগুষ্ঠ প্ৰদৰ্শন কৰি চলি আছিল।

তিৱাৰীয়ে আৰু কৈছে, ‘‘তাৰোপৰি, এই ফাৰ্মখনে  বিজুলী সৰবৰাহ কৰা উচ্চ ভল্টেজৰ তাঁৰৰ পৰা প্ৰত্যক্ষভাৱে হাকোঁটা লগাই ইয়াৰ চৌহদত বিজুলী যোগান ধৰি আহিছিল, আৰু উক্ত বিষয়টো উপায়ুক্তৰ দৃষ্টিগোচৰ কৰা হৈছিল।’’

তিৱাৰীয়ে আৰু কৈছে যে তেওঁলোকে নিয়োগ সৃষ্টি কৰা কাৰখানা, ফাৰ্ম নিৰ্মাণ কৰাটো বিচাৰে যদিও স্বাস্থৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কোনো কাম হোৱাটো নিবিচাৰে।

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd