• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভিটামিন ‘ডি’ৰ অভাৱে বৃদ্ধি কৰিব পাৰে কেন্সাৰৰ আশংকা? গৱেষণাই কি কয়?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 25, 2025 7:00 am
288
VIEWS
Share on FacebookShare on Twitter

ভিটামিন ডি মানৱ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভিটামিন ‘ডি’য়ে হাড়ৰ স্বাস্থ্য, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু সামগ্ৰিক সুস্বাস্থৰ বাবে প্ৰয়োজনীয়। শেহতীয়া গৱেষণাত পোহৰলৈ অহিছে যে ইয়াৰ অভাৱত কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। অধ্যয়ন অনুসৰি, প্ৰায় ৭০% লোকএই ভিটামিন Dৰ অভাৱত ভোগে।    

গৱেষণাৰ প্ৰাৰম্ভিক ফলাফল অনুসৰি, ভিটামিন ‘ডি’ৰ কম মাত্ৰাই কেন্সাৰৰ আশংকা বৃদ্ধি কৰিব পাৰে, যদিও ইয়াৰ বাবে অধিক গৱেষণাৰ  প্ৰয়োজন বুলি উল্লেখ কৰিছে গৱেষক সকলে।

গৱেষক সকলৰ মতে ভিটামিন ‘ডি’য়ে কোষৰ স্বাস্থ্য ৰক্ষা, বৃদ্ধি নিয়ন্ত্ৰণ, প্ৰদাহ হ্ৰাস আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ই অস্বাভাৱিক কোষৰ বৃদ্ধি ৰোধ কৰি ক্ষতিকাৰক কোষ ধ্বংস কৰাতো সহায় কৰে। বিশেষজ্ঞৰ মতে, কেৱল ইয়াৰ অভাৱতে যে কেন্সাৰ হয় তেনে নহয়, অস্বাস্থ্যকৰ জীৱনশৈলী, ধূমপান আৰু ব্যায়ামৰ অভাৱো কেন্সাৰ কাৰক হ’ব পাৰে বুলি মতপ্ৰকাশ কৰিছে ।

উল্লেখ্য যে সূৰ্যৰ পোহৰ ভিটামিন ‘ডি’ৰ প্ৰধান উৎস। ৰাতিপুৱা ১০-৩০ মিনিট সূৰ্যত বহিলে শৰীৰত ইয়াৰ পৰিমাণ বাঢ়ে। কণী, মাছ, গাখীৰ, দৈ আদি খাদ্যৰ জৰিয়তেও ‘ডি’ আহৰ্ণ কৰিব পাৰি। অৱশ্যে ইয়াৰ পৰিপূৰক গ্ৰহণৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।

শেহতীয়া গৱেষণাত দেখা গৈছে, শৰীৰত ভিটামিন ‘ডি’ৰ মাত্ৰা বেছি থকাসকলৰ অন্ত্ৰৰ কেন্সাৰৰ আশংকা কম, আনহাতে কম থকাসকলৰ এই ৰোগৰ সম্ভাৱনা বেছি। স্তন আৰু হাওঁফাওঁৰ কেন্সাৰৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক নাই যদিও মৃত্যুৰ আশংকা বৃদ্ধিৰ পোৱা দেখা গৈছে বুলি বিশেষজ্ঞসকলে উল্লেখ কৰিছে ।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd