• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰিয়নি ৰেঞ্জৰ অন্তৰ্গত চাহ বাগিচাৰ নলাত উদ্ধাৰ নাহৰফুটুকীৰ মৃতদেহ

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
June 7, 2019 8:42 am
l-1140x570

পানবাৰীত উদ্ধাৰ হোৱা নাহৰফুটুকীৰ মৃতদেহ। ফাইল ফটো : নৰ্থইষ্ট নাও

679
VIEWS
Share on FacebookShare on Twitter

যোৰহাট বন সংমণ্ডলৰ মৰিয়নি ৰেঞ্জৰ মৰংগিয়াল বীট অ’ফিচৰ অন্তৰ্গত নগা পাহাৰৰ নামনিৰ গাভৰু পৰ্বত চাহ বাগিচাৰ এটা নলাৰ ভিতৰত বৃহস্পতিবাৰে এটা নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

বন বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰিছে যে এইটো প্ৰায় ছয়ৰ পৰা সাত বছৰ বয়সীয়া এটা প্ৰাপ্ত বয়স্ক মতা বাঘ আৰু বিষাক্ত বস্তু ভক্ষণ কৰাৰ ফলতে ইয়াৰ মৃত্যু ঘটিছে।

নাহৰফুটুকীটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাটৰ জিলা পশু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। সূত্ৰটোৱে জানিবলৈ দিয়া মতে বাঘটোৰ কেইটামান দাঁত আৰু নখ কোনোবাই কাটি নিয়াৰ সন্দেহ কৰা হৈছে।

যোৰহাট বন সংমণ্ডলৰ মৰিয়নি ৰেঞ্জৰ অধীনত অসম নাগালেণ্ড সীমান্তৰ ওচৰত তিনিখন সংৰক্ষিত বনাঞ্চল আৰু এখন বন্যপ্ৰাণী অভয়াৰণ্যৰ লগতে বনাঞ্চলৰ আশে পাশে কেইবাখনো চাহ বাগিচা আৰু বহু সংখ্যক গাঁও আছে।

বিগত ১০ বছৰৰ পৰা বন্য জন্তুৰ সৈতে হোৱা সংঘাতৰ পৰিণতিত মৰিয়নি ৰেঞ্জৰ অধীনৰ জন বসতি অঞ্চললৈ নাহৰফুটুকীৰ বিচৰণৰ ঘটনা ক্ৰমে বৃদ্ধি পাই আহিছে।

সংলগ্ন অঞ্চলৰ গাওঁবাসীৰ পোহনীয়া গৰু হত্যা কৰি লৈ যোৱাৰ পাছত নাহৰফুটুকীক হত্যা কৰা বা আক্ৰমণ কৰি আহত কৰাৰ কেইবাটাও ঘটনা সংঘটিত হৈছে।

সূত্ৰসমূহে কয় যে জনবসতিপূৰ্ণ অঞ্চলত নাহৰফুটুকীৰ উপস্থিতিৰ বিষয়ে অভিযোগ পোৱাৰ পাছত বন বিভাগে সাধাৰণতে বাঘটোক ধৰিবলৈ পিঞ্জৰা বহুৱায়।

‘’কিন্তু এইটোৱে কোনো সমাধান নহয় কিয়নো জন্তুটোক আন এখন বনাঞ্চলত এৰি দিয়া হয় আৰু তাৰ পৰা ওলাই নতুন এটা অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰে বা সেই বনাঞ্চলত শ্ৰেষ্ঠত্বৰ বাবে আন বাঘৰ সৈতে হোৱা যুঁজত নিহত হবলগীয়া হয়,’’-সূত্ৰসমূহে জানিবলৈ দিয়ে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd