শিক্ষা

উত্তৰ-পূৰ্বাঞ্চললৈ বৃহৎ বিনিয়োগ বৃদ্ধি পাব: অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী

অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইয়ে কয় যে আগন্তুক বছৰবোৰত উত্তৰ-পূৰ্বাঞ্চললৈ বৃহৎ বিনিয়োগ বৃদ্ধি পাব আৰু এইটোৱে এই পাৰ্বত্য অঞ্চলটোত...

Read more

অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ পৰা যোৱা স্কুলীয়া ছাত্ৰৰ দলে সাক্ষাৎ কৰিলে কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী কিৰেন ৰিজেজুক

অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ পৰা স্কুলীয়া ছাত্ৰৰ দলে বৃহস্পতিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী কিৰেন ৰিজেজুক সাক্ষাৎ কৰে। অৰুণাচল প্ৰদেশৰ...

Read more

বিশ্ব বিনিয়োগ সন্মিলনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বিদ্যালয়সমূহ ৰহস্যজনকভাৱে বন্ধ ৰাখিবলৈ নিৰ্দেশ

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে অসমলৈ বিনিয়োগকাৰীক আদৰণি জনাবলৈ সাজু হৈ উঠাৰ সময়তে এডভান্টেজ আছামৰ অনুষ্ঠানস্থলীৰ নিকট দূৰত্বত থকা বিদ্যালয়সমূহ শনিবাৰে...

Read more

বৰপেটাত শিক্ষকৰ দৰমহাৰ বিল অনলাইনৰ নামত উৎকোচ সংগ্ৰহৰ অভিযোগ

ৰাজ্যৰ উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকসকলে ছয়মাহে দৰমহাৰ পৰা বঞ্চিত হৈ আৰ্থিক সংকটত ভোগাৰ সময়তে দৰমহাৰ বিল অনলাইনৰ...

Read more

অসম সাহিত্য সভাৰ বৰডুমচা অধিৱেশনত সাহিত্য অনুৰাগী, গ্ৰন্থপ্ৰেমীৰ বিপুল সমাৱেশ

গোটেই ৰাজ্যখনৰে গ্ৰন্থপ্ৰেমী, সাহিত্য অনুৰাগী, কবি, লেখক আৰু শিক্ষানুৰাগীৰে তিনিচুকীয়াৰ বৰডুমচাৰ বডৌচা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৭৪ তম...

Read more

বেচৰকাৰী সংস্থা ‘প্ৰথম’ৰ উদ‍্যোগত ডিমৌত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ দেখুওৱাৰ প্ৰচেষ্টা

৩১ জানুৱাৰিত গোটেই ভাৰতৰ লগতে অসমতো দেখা পোৱা পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ দৃশ্য ডিমৌ আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চলৰ ছাত্র-ছাত্ৰীসকলক টেলিস্কোপৰ জৰিয়তে দেখুওৱাৰ এক  প্ৰচেষ্টা হাতত লোৱা...

Read more

মণিপুৰৰ বাহিৰত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ আঁচনি ল’ব মণিপুৰ চৰকাৰে

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত মণিপুৰী ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত চকু ৰাখিবৰ বাবে মণিপুৰ চৰকাৰে এক নীতি প্ৰস্তুত কৰিব। এই নীতিৰ আধাৰত অহা...

Read more

বঙাইগাঁৱত ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰিলে এন টি পি চিয়ে

গণতন্ত্ৰ দিৱস উদযাপনৰ অংশ হিচাপে শুকুৰবাৰে বঙাইগাঁৱৰ নেশ্যনেল থাৰ্মেল পাৱাৰ কৰ্পোৰেশ্যনে (এনটিপিচি) জিলাখনৰ গ্ৰামাঞ্চলৰ ছাত্ৰীসকলক চাইকেল বিতৰণ কৰে। বঙাইগাঁৱৰ বৰদৈ...

Read more

দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন

যোৰহাটৰ দেৱীচৰণ বৰুৱা (ডিচিবি) ছোৱালী মহাবিদ্যালয়ে বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে হীৰক জয়ন্তী উদযাপন কৰিছে। মহাবিদ্যালয় চৌহদৰ পৰা উলিওৱা এটি সাংস্কৃতিক...

Read more

ছাত্ৰসকল সমাজৰ গুৰুত্বপূৰ্ণ সম্পদ : অৰুণাচলৰ ৰাজ্যপাল

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেদিয়াৰ (অৱসৰপ্ৰাপ্ত) বি ডি মিশ্ৰই সোমবাৰে ৰাজ্যখনৰ তিনিখন আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান –দৈমুখৰ ৰণো হিলছৰ ৰাজীৱ গান্ধী...

Read more
Page 192 of 195 1 191 192 193 195

Recent News