আন্ত: ৰাষ্ট্ৰীয়

অভূতপূৰ্ব! আমাৰ সূৰ্য্যটো দেখিবলৈ কেনেকুৱা? দেখুৱাই দিলে সৌৰযান আদিত্যই

ইছৰোৰ চন্দ্ৰযান চন্দ্ৰত অৱতৰণ কৰি ইতিহাস ৰচনা কৰিছে। এইবাৰ ভাৰতীয় মহাকাশ সংস্থাৰ সৌৰযান আদিত্য এল ১ য়ে সূৰ্য্যৰ ফটো তুলিলে।...

Read more

২০১৮ চনৰ পৰা বিদেশত অধ্যয়ন কৰিবলৈ গৈ মৃত্যু ৪০৩ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ; জনালে কেন্দ্ৰই

২০১৮ চনৰ পৰা মাত্ৰ পাঁচ বছৰত বিদেশত অধ্যয়ন কৰি থকা অৱস্থাত মৃত্যু হৈছে ৪০৩গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ। ইয়াৰে অধিকাংশই কানাডাত মৃত্যুবৰণ...

Read more

বিশ্বৰ উন্নত দেশৰ অৱস্থা! আমেৰিকাৰ বিশ্ববিদ্যালয় চৌহদত গুলীচালনাৰ ঘটনা, নিহত ৪ জন

বুধবাৰে আমেৰিকাৰ নেভাদা বিশ্ববিদ্যালয়ৰ মূল চৌহদত বন্দুকধাৰীৰ আক্ৰমণত চাৰিজন লোক নিহত হয়। ইয়াৰে মাজত এজন আক্ৰমণকাৰীও নিহত হয়। তদুপৰি এই...

Read more

Washington Post Strike: ৱাশ্বিংটন পোষ্টৰ সাংবাদিক-সংবাদকৰ্মীৰ ধৰ্মঘট; আজি ছপা হৈ নোলায় বাতৰিকাকত

উপযুক্ত আৰ্থিক ক্ষতিপূৰণ নিদিয়াকৈয়ে বৃহৎ পৰিমাণৰ কৰ্মচাৰীক চাকৰিৰ পৰা অপসাৰণ কৰাৰ প্ৰতিবাদত বিশ্ববিখ্যাত কাকত ‘ৱাশ্বিংটন পোষ্ট’ৰ সাংবাদিক আৰু বাতৰি প্ৰকাশন...

Read more

বিশ্বৰ আটাইতকৈ ধুনীয়া গছ! সোণালী পোহৰ বিলাইছে ৮০০ বছৰীয়া এই গছজোপাই

ৱয়ংজু বাংগি-ৰি জিংকগো গছজোপাই ইয়াৰ চাৰিওফালে সোণালী পোহৰ বিকিৰণ কৰিছে। মূল শৰীৰৰ পৰা গছজোপা চাৰিওফালৰ ১৭ মিটাৰ এলেকা বিয়পি আছে।...

Read more

উধমপুৰত বি এছ এফৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাঞ্জলা আদনান পাকিস্তানত নিহত

২০১৫ চনত জম্মু-কাশ্মীৰৰ উধমপুৰত সীমান্ত নিৰাপত্তা বাহিনী, চমুকৈ বি এছ এফৰ কনভয়ত সংঘটিত আক্ৰমণৰ মাষ্টাৰমাইণ্ড সন্ত্ৰাসবাদী হাঞ্জলা আদনানক পাকিস্তানৰ কৰাচীত...

Read more

ড্ৰাইভিং লাইচেন্সৰ পৰীক্ষাত ৫৯ বাৰ ফেইল : পাছ কৰিয়েই গঢ়িলে এই অভিলেখ

ধৈৰ্য্য আৰু পৰিশ্ৰম - এই দুটা গুণ থাকিলে কি কৰিব নোৱাৰি! এই কথাই প্ৰমাণ কৰি দেখুৱালে ব্ৰিটেইনৰ এগৰাকী ব্যক্তিয়ে। গাড়ী...

Read more

কেনেকৈ নিৰ্বাচন অনুষ্ঠিত হয় এইকেইখন দেশত? নিৰ্বাচনৰ নিয়মে আচৰিত কৰিব আপোনাক

গণতান্ত্ৰিক দেশ ভাৰতত সকলো নাগৰিকৰে নিজৰ পছন্দৰ চৰকাৰ নিৰ্বাচন কৰাৰ অধিকাৰ আছে। ভাৰতত নিৰ্বাচন এক গণতান্ত্ৰিক উৎসৱলৈ পৰিণত হয়। দেশৰ...

Read more

আগ্নেয়গিৰি : ইণ্ডোনেচিয়াৰ মাউন্ট মাৰাপিত নিহত ১৩ জন পৰ্বতাৰোহী, সন্ধানহীন ১০ গৰাকী

ইণ্ডোনেছিয়াৰ জাভা প্ৰদেশৰ মাউণ্ট মাৰাপিত সংঘটিত হৈছে ভয়ংকৰ আগ্নেয়গিৰি বিস্ফোৰণ।  শেহতীয়া খবৰ অনুসৰি এই বিস্ফোৰণত ১৩ জন পৰ্বতাৰোহীৰ মৃত্যু হৈছে। ...

Read more
Page 130 of 316 1 129 130 131 316

Recent News