অহা ১৬ ছেপ্টেম্বৰত দেশজুৰি অনুষ্ঠিত হ’ব চি-টেট পৰীক্ষা

অসম চৰকাৰে প্ৰতিবছৰে টেট অনুষ্ঠিত নকৰাৰ ফলশ্ৰুতিত যি সময়ত অৰ্হতাসম্পন্ন শিক্ষিত যুৱক-যুৱতীয়ে ‘শিক্ষক’ হোৱাৰ সপোন ত্যাগ কৰিবলগীয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি...

Read moreDetails

ৰাজ্যত শীঘ্ৰেই আৰম্ভ হ’ব উচ্চমানৰ স্কুল ক্ৰিকেট টুৰ্ণামেণ্ট

স্কুল স্প’ৰ্টছ প্ৰমোচন ফাউণ্ডেশ্যন (এছ এছ পি এফ)ৰ অধীনত অসমৰ সকলো জিলাক সামৰি শীঘ্ৰেই এক উচ্চমানৰ স্কুল পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতা...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰেধিতাৰে নগাঁৱৰ উৰিয়াগাঁৱত মহন্তৰ নেতৃত্বত অগপৰ জোঁৰ সমদল

যি সময়ত কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু বিজেপি দলে অৱস্থান গ্ৰহণ...

Read moreDetails

সৰভোগৰ বোৱাৰী ইনাক্ষীৰ শিৰত ‘South Asia Mrs. Classical’ ৰ মুকুট

সৰভোগৰ লগতে বৰপেটা জিলালৈ এক সুখবৰ কঢ়িয়াই আনিছে সৰভোগৰ বোৱাৰী ইনাক্ষী দাসে। দিল্লীৰ গুৰগাঁওৰ কিংডম অফ ড্ৰীম প্লেছত ২৭ মে'ৰ পৰা ২৯ মে'লৈ...

Read moreDetails

হিংসাত্মক ঘটনা প্ৰতিহত কৰিবলৈ আৰক্ষীৰ প্ৰচেষ্টাৰ মাজতো শ্বিলঙত অব্যাহত আছে উত্তেজনা

মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত আজিও উত্তেজনা অব্যাহত আছে। আনহাতে, আৰক্ষী আৰু অসামৰিক প্ৰশাসনে পুনৰ কোনো হিংসাত্মক ঘটনা যাতে বিয়পিব নোৱাৰে...

Read moreDetails

চাৰিলেনযুক্ত ঘাইপথৰ কাম সম্পূৰ্ণ নোহোৱালৈ ৰহাৰ টোলগে’ট বন্ধ ৰখাৰ দাবী কেইবাটাও সংগঠনৰ

ৰহাস্থিত ৰণথলীৰ টোলগে’ট পুনৰ আৰম্ভ কৰিবলৈ চৰকাৰে ‘ইন্দাৰদ্বীপ’ নামৰ কোম্পানীটোক দায়িত্ব দিয়া বুলি প্ৰকাশিত বাতৰিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰহাৰ...

Read moreDetails

ৰকিবুল হুছেইনৰ অবৈধ সম্পত্তিৰ সন্ধানত এইবাৰ দিল্লীত আৰক্ষীৰ অভিযান

প্ৰাক্তন কংগ্ৰছী মন্ত্ৰী ৰকিবুল হুছেইনৰ বেনামী তথা আয়ৰ সামঞ্জস্যহীন সম্পত্তি সংক্ৰান্তীয় অভিযোগৰ তদন্ত চলাই থকা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ শাখাই...

Read moreDetails

জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত নগাঁৱৰ ডিমৌ চাৰিআলিত অগপৰ গণ স্বাক্ষৰ অভিযান

কেন্দ্ৰীয় চৰকাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী  বিধেয়ক -২০১৬ অসমত জাপি দিব বিচৰাৰ প্ৰতিবাদত ৰাজ্য চৰকাৰৰ অন্যতম মিত্ৰ দল অসম গণ পৰিষদে...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৭ জুনৰ পৰা ৰাজ্যজুৰি অগপৰ শংখনাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে আঞ্চলিক দল অসম গণ পৰিষদে। আমবাৰীৰ কেন্দ্ৰীয় কাৰ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত এখন...

Read moreDetails

আছুসহ ২৮ সংগঠনৰে আলোচনা : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ কথা স্পষ্ট নকৰিলে মুখ্যমন্ত্ৰীয়ে

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিল বা বিৰোধিতা সম্পৰ্কত কোনো কথা স্পষ্ট নকৰিলে মুখ্যমন্ত্ৰীয়ে। শুকুৰবাৰে খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত...

Read moreDetails
Page 5097 of 5643 1 5,096 5,097 5,098 5,643

Stay Connected

Recent News