সাহিত্য একাডেমি আৰু নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উদ্যোগত অহা ২৪ মাৰ্চৰ পৰা নাগালেণ্ড বিশ্বিদ্যালয়ৰ মেৰিয়েমা কেম্পাছৰ ছাত্ৰী ক'মন ৰূমত সৰ্বভাৰতীয় লেখক সন্মিলন...
Read moreDetailsআছাম ৰাইফলছৰ মক’ছুং বেটেলিয়নৰ এটা অভিযানকাৰী দলে নিয়মীয়া অভিযানৰ সময়ত সোমবাৰে নাগালেণ্ডৰ লংলেং জিলাৰ ভূমন্যয়ু গাঁৱৰ পৰা এন এছ চি...
Read moreDetailsনাগালেণ্ডৰ বিৰোধী দল এন পি এফে সোমবাৰে ইয়াৰ সংবাদ কোষৰ বিষয়ববীয়াৰ সালসলনি কৰিছে। দলৰ সভাপতি ডঃ চুৰহ’জেলি লিজিতছুৱে এই সন্দৰ্ভত...
Read moreDetailsডিমাপুৰবাসীৰ বাবে বাৰ্বিকিউ নেশ্যনৰ দুৱাৰ মুকলি কৰিলে আগশাৰীৰ প্ৰতিষ্ঠানটোৱে। উল্লেখযোগ্য যে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো সফলভাৱে ৰেষ্টুৰেণ্ট ব্যৱসায় চলাই...
Read moreDetailsনিৱনুৱা যুৱক-যুৱতী সকলক কৰ্মসংস্থাপনৰ বাট মুকলি কৰি দিবলৈ নাগালেণ্ডৰ অন্যতম চহৰ হিচাপে পৰিচিত ডিমাপুৰত যোৱা শনিবাৰে অনুষ্ঠিত নিয়োগ মেলাত চাকৰি...
Read moreDetailsসম্প্ৰতি নিজৰ কেবিনেট সতীৰ্থৰ সৈতে দিল্লীত বাহৰ পাতি থকা নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ই যোৱা শনিবাৰে সাক্ষাৎ কৰে কেন্দ্ৰীয় ড’নাৰ...
Read moreDetailsশুকুৰবাৰে টুইটাৰৰ জৰিয়তে ছ’চিয়েল মিডিয়াত প্ৰৱেশ কৰে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’য়ে। ৰাজহুৱা আঁচনি আৰু টুইটাৰ ইণ্ডিয়াৰ মুৰব্বী মহিমা কৌলে...
Read moreDetailsনাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্যই জাখামাস্থিত ছেইণ্ট জোছেফ মহাবিদ্যালয়ত আজি আনুষ্ঠানিকভাৱে মুকলি কৰে ‘মাই নৰ্থ-ইষ্ট এপ’ । এতিয়াৰে পৰা মাই...
Read moreDetailsনাগালেণ্ডৰ নৱনিৰ্বাচিত মুখ্য মন্ত্ৰী নেইফিউ ৰিঅ’ই সদ্যহতে দেশৰ ৰাজধানী দিল্লীত বাহৰ পাতি নিজৰ মন্ত্ৰীসভাখনক চিজিল লগোৱাৰ কামত ব্যস্ত আছে।মুখ্য মন্ত্ৰীৰ...
Read moreDetailsবিৰোধী দল নাগা পীপলছ ফ্ৰণ্টে অভিযোগ তুলিছে যে নেইফিউ ৰিঅ’ৰ নেতৃত্বত গঠন হোৱা পীপলছ ডেমক্ৰেটিক এলায়েন্সৰ চৰকাৰখনে ইয়াৰ কোনো অৰিহণা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd