DMCA.com Protection Status

উত্তৰ-পূব

শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণ পত্ৰৰে চাকৰিৰ কৰি অৱসৰ ল’লে লামডিং পৌৰসভাৰ মুখ্য সহায়কে

ভুৱা প্ৰমাণ পত্ৰেৰে এজন লোকে সুদীৰ্ঘ দিন চাকৰি কৰাৰ এক ঘটনা পোহৰলৈ আহিছে । এই ঘটনাটো হোজাই জিলাৰ লামডিঙৰ। সূত্ৰটোৱে...

Read more

নগা শান্তি চুক্তি : বৰদিনৰ পূর্বেই এক সিদ্ধান্তত উপনীত হ’ব পৰা যাব বুলি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে মন্তব্য কৰিছে

বৰদিন বা অহা বিধানসভা নির্বাচনৰ পূর্বে নগা শান্তি চুক্তি সন্দর্ভত এক সিদ্ধান্তলৈ আহিব পৰা যাব বুলি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ...

Read more

নাগালেণ্ডৰ ১৯ বছৰ অনূৰ্ধ্ব মহিলা দলে সর্বনিম্ন স্ক’ৰ কৰি অনাকাংক্ষিত অভিলেখ গঢ়িলে

২৪ নৱেম্বৰত গুণ্টুৰৰ জে কে চি কলেজ খেলপথাৰত বিচিচিআইৰ দ্বাৰা অনুষ্ঠীত ১৯ বছৰ অনুর্ধ্ব মহিলা এদিনীয়া ক্ৰিকেট টুর্ণামেণ্টত নাগালেণ্ডৰ দলটো...

Read more

আজি বি এছ এফ দিৱস : জোৱানসকল আৰু তেওঁলোকৰ পৰিয়াললৈ প্ৰধান মন্ত্ৰীৰ শুভেচ্ছা

আজি সীমান্ত নিৰাপত্তা বাহিনীৰ প্ৰতিষ্ঠা দিৱস। এই দিৱস উপলক্ষে আজি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশে এই বাহিনীটোক...

Read more

নলবাৰীত ১০৮ মৃত্যুঞ্জয় বাহিনীৰ অনাথ আশ্ৰমৰ আৱাসীক বিনামূলীয়া চিকিৎসা প্ৰদান

কালি নলবাৰী চহৰত থকা ‘শান্তি নিবাস অনাথ আশ্ৰম’ত ১০৮ বাহিনীৰ এটা দল উপস্থিত হৈ আশ্ৰমখনৰ আবাসী শিশু, কিশোৰ আৰু বৃদ্ধাক...

Read more

শিলচৰত তিনিজন নগা উগ্ৰপন্থীক গ্ৰেপ্তাৰ

শিলচৰত যোৱা নিশা আৰক্ষীয়ে  চলোৱা এক অভিযানত তিনিটা নগা উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থী তিনিটাক...

Read more

আজি বিশ্ব এইডছ দিৱস : শৰীৰত এইচ্ছ আই ভিৰ বীজাণু কঢ়িয়ায়ো বিশ্ব জিনিছে মণিপুৰৰ প্ৰদীপ কুমাৰ সিঙে

আজি বিশ্ব এইডছ দিৱস। এইচ্ছ আই ভিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ লক্ষ্যৰ লগতে এইচ্ছ আই ভিত আক্ৰান্তসকলৰ প্ৰতি সহমৰ্মিতা তথা...

Read more
Page 5429 of 5447 1 5,428 5,429 5,430 5,447

Recent News