উত্তৰ-পূব

গুৱাহাটীৰ ১৭৩ বছৰীয়া পুৰণি গীৰ্জাঘৰত খ্ৰীষ্টমাছ উদযাপন

ঐতিহাসিক গীৰ্জাঘৰটো খ্ৰীষ্টমাছৰ আড়ম্বৰপূৰ্ণ উদযাপনত ব্যস্ত হৈ পৰিছে। এইবছৰ তেওঁলোকৰ বিষয়বস্তু হৈছে ‘মানুৰহ পৃথিৱীত ত্ৰাণকৰ্তাৰ সন্ধানত।‘ আজি ৰাতিপুৱাৰ ভাগত পৱিত্ৰ...

Read more

বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ প্ৰাণ গ’ল এগৰাকী মহিলাৰ

হাতী-মানুহৰ সংঘাতত এগৰাকী মহিলাই মৃত্যুক আকোৱালী লোৱা খবৰে পুনৰ বাক্সা জিলাত শোকৰ ছাঁ পৰিছে। আজি পুৱতি নিশা জিলাখনৰ লাবদাংগুৰিত এটা...

Read more

অৰুণাচলত শিশুৰ ৰাষ্ট্ৰীয় সংহতি যাত্ৰাৰ শুভাৰম্ভণি

অৰুণাচল প্ৰদেশৰ উজনি দিবাং জিলাৰ এটা শিশু দলে ৰাষ্ট্ৰীয় সংহতি ভ্ৰমণৰ বাবে উত্তৰ ভাৰতলৈ যাত্ৰা কৰে। তিনিচুকীয়া জিলাৰ ভূপেন হাজৰিকা...

Read more

মণিপুৰত আৰক্ষীয়ে অনুপ্ৰৱেশৰ বিৰুদ্ধে চলাইছে তীব্ৰ অভিযান : ভাঙি পেলালে অবৈধ দলং

অবৈধ অনুপ্ৰেৱশৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলি দেওবাৰে জিৰিবাম জিলাৰ আৰক্ষীয়ে মণিপুৰৰ আন্তঃৰাজ্যিক সীমান্তৰ সৈতে লাগি থকা নদীৰ ওপৰত অবৈধভাৱে...

Read more

অহা ৩০ ডিচেম্বৰত ব্রহ্মপুত্র বোর্ডৰ কাম কাজৰ পৰ্যালোচনা কৰিবলৈ কাজিৰঙাত অনুষ্ঠিত হ’ব উচ্চ ক্ষমতাসম্পন্ন পৰিষদৰ বৈঠক

অহা ৩০ ডিচেম্বৰত কেন্দ্ৰীয় পথ পৰিবহন, জলসম্পদ আৰু গংগা পৰিশোধন বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীৰ সভাপতিত্বত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ এখন উচ্চ ক্ষমতাসম্পন্ন...

Read more

পৱিত্ৰ বৰদিনত বন্যপ্ৰাণী ৰক্ষাৰ বাবে বন মন্ত্ৰীয়ে ভগৱান যীচুৰ ওচৰত জনালে প্ৰাৰ্থনা

গোটেই বিশ্বজুৰি খৃষ্টান ধৰ্মালম্বী লোকসকলে আজিৰ দিনটোত উলহ-মালহেৰে উদযাপন কৰে পৱিত্ৰ বৰদিন। ঠিক সেইদৰে বি টি চিৰ মুখ্য সদৰ কোকৰাঝাৰতো...

Read more

‘হাইজিন ফৰ ৱ’মেন’ শীৰ্ষক সামৰণি অনুষ্ঠানত পাগলাদিয়াপাৰত একেলগে ৫০গৰাকী শিল্পীয়ে অংকন কৰিব চিত্ৰ

মহিলাসকলৰ মাজত পৰিচ্ছনতা আৰু চেনিটেৰী নেপকিনৰ উচিত ব্যৱহাৰৰ সন্দৰ্ভত নলবাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান এ বি চি ডিয়ে চলিত বছৰত এক ‘হাইজিন...

Read more

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত গুৱাহাটীত ৰাষ্ট্ৰীয় যুৱ নেতৃত্ব শিৱিৰ উদ্বোধন

    গুৱাহাটীৰ নাৰেংগীৰ আৰ্মি পাব্লিক স্কুলত থকা জি অ’ চি ১০১ নং অঞ্চলত ২৩ সংখ্যক ৰাষ্ট্ৰীয় যুৱ নেতৃত্ব শিৱিৰটো...

Read more

১৯ ৰ পৰা ২৩ ফেব্ৰুৱাৰিলৈ গেংটকত সেনাবাহিনীৰ নিয়োগ সমাৱেশ

১৯ ৰ পৰা ২৩ ফেব্ৰুৱাৰিলৈ গেংটকৰ পালজৰ ক্ৰীড়াংগণত অনুস্থিত হ'ব লগীয়া সেনা বাহিনী নিয়োগ সমাৱেশত অংশ গ্ৰহণৰ বাবে ভাৰতীয় সেনাই...

Read more
Page 5647 of 5725 1 5,646 5,647 5,648 5,725

Recent News