এক অতি দুখলগা ঘটনা। মুম্বাইৰ আৰ্থাৰ ৰোড জেলত চৰম নিৰ্যাতনৰ বলি হোৱা আৰু সন্ত্ৰাসবাদী বুলি অভিহিত কৰা ৱাহিদক অৱশেষত ২০১৫...
Read moreDetailsকাইলৈ অৰ্থাৎ দেওবাৰে এছিয়া কাপত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান। পেহেলগামত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু তাৰ পাছৰ...
Read moreDetailsগিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ১৩ ছেপ্টেম্বৰত ইয়াৰ আজাৰা চৌহদত আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰে। শিক্ষা...
Read moreDetailsগুৱাহাটীস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে আজি ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰে। ১৩ ছেপ্টেম্বৰত আয়োজন কৰা এক দিনজোৰা কাৰ্যসূচীৰে কিংবদন্তিগৰাকীক...
Read moreDetailsভাৰতৰ উচ্চতম ন্যায়ালয়ে সকলো আদালতক জামিন আৰু অগ্ৰিম জামিনৰ আৱেদন দাখিলৰ দুমাহৰ ভিতৰত সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিছে, যদিহে জড়িত পক্ষৰ...
Read moreDetailsনিজৰ গৃহৰাজ্য গুজৰাটত আইনী সমস্যাত পৰিছে তৃণমূলৰ সাংসদ ইউছুফ পাঠান। গুজৰাট উচ্চ ন্যায়ালয়ে ইউছুফক ‘বেদখলকাৰী’ বুলি অভিহিত কৰিছে। আদালতে কয়...
Read moreDetailsবোকাখাতত দিনক দিনে বৃদ্ধি পাইছে চুৰি কাৰ্যৰ ঘটনা।বোকাখাত সমজিলাৰ বিভিন্ন অঞ্চলত ক্ৰমাগত ভাৱে বৃদ্ধি পোৱা চুৰিকাণ্ডৰ ঘটনাক লৈ উদ্দেগ প্ৰকাশ...
Read moreDetailsউচ্চতম ন্যায়ালয়ে আজি(১২ ছেপ্টেম্বৰ) দিল্লী সংঘৰ্ষৰ ষড়যন্ত্ৰৰ গোচৰত জামিন বিচাৰি ওমৰ খালিদ, শ্বাৰ্জিল ইমাম, মীৰাণ হাইদৰ আৰু গুলফিছা ফাতিমাই দাখিল...
Read moreDetailsকংগ্ৰেছ নেতা জয়ৰাম ৰমেশে শুকুৰবাৰে (১২ ছেপ্টেম্বৰ, ২০২৫) অভিযোগ উত্থাপন কৰে যে আদানী গোটে মধ্য প্ৰদেশৰ ধীৰৌলীত কয়লা খনি প্ৰকল্পৰ...
Read moreDetailsইউক্ৰেইনৰ সৈতে চলি থকা সংঘাতৰ মাজতে অৰ্থনৈতিক চাপৰ বৃদ্ধিৰ সময়ত আমেৰিকাই জি-৭ ৰাষ্ট্ৰসমূহক ভাৰত আৰু চীনৰ পৰা আমদানিৰ ওপৰত যথেষ্ট...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd