Popular Stories

থানাত পঞ্চাশজনীয়া দলৰ আক্ৰমণ; লক-আপ ভাঙি উলিয়াই নিলে তিনি কুখ্যাত ডকাইতক (চাওক ভিডিঅ’)

পঞ্চাশজনীয়া লোকৰ এটা উন্মত্ত দলে থানাত আক্ৰমণ কৰে। আৰক্ষী কৰ্মীক প্ৰহাৰ কৰি তিনিজন কুখ্যাত ডকাইতক থানাৰ পৰা উলিয়াই নিলে! মধ্যপ্ৰদেশৰ...

Read moreDetails

নৰেন্দ্ৰ মোডী আৰু যোগী আদিত্যনাথক হত্যাৰ ভাবুকি দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত শুকুৰবাৰে নয়ডা আৰক্ষীয়ে লক্ষ্ণৌৰ এজন কিশোৰক গ্ৰেপ্তাৰ...

Read moreDetails

গোলাপী নিচাত আকাশ চোৱাৰ মন! উৰন্ত বিমানৰ দুৱাৰ খোলাৰ চেষ্টা সুৰামত্ত যাত্ৰীৰ

আকৌ অঘটন সংঘটিত হৈছে ভাৰতীয় বিমানত। শুকুৰবাৰে পুৱা ‘দিল্লী-বেংগালুৰু ইণ্ডিগ’ বিমানখনত এজন ৪০ বছৰীয়া যাত্ৰীয়ে সুৰামত্ত অৱস্থাত বিমানখনৰ দুৱাৰ খোলাৰ...

Read moreDetails

ইমান টকা! প্ৰধানমন্ত্ৰী মোডীৰ প্ৰিয় অধিবক্তাৰ পত্নীয়ে দিল্লীত কিনিলে ১৬০ কোটি টকাৰ বাংলো

কোনো চলচ্চিত্ৰ তাৰকা বা তাৰকা ক্ৰিকেটাৰে যেতিয়া ঘৰ হওক বা গাড়ীয়েই হওক, বৃহৎ ধনেৰে সম্পত্তি কিনিলে নিশ্চয়কৈ ডাঙৰ খবৰ হৈ...

Read moreDetails

আনলৈ বুলি হুল পুতি নিজে মৰে ফুটি! আমেৰিকা-নাটোৰ গোপন পৰিকল্পনা ফাদিল

ৰাছিয়া-ইউক্ৰেইন যুদ্ধক কেন্দ্ৰ কৰি আমেৰিকা আৰু নাটোৰ কেইবাটাও গোপন নথি ফাদিল হৈছে। ইউক্ৰেইনৰ সৈন্যই ৰাছিয়াৰ বাহিনীৰ বিৰুদ্ধে কেনেকৈ প্ৰতিৰোধ আক্ৰমণ...

Read moreDetails

বুজিবই নোৱাৰি ইলন মাস্কৰ মায়া! আঁতৰিল কুকুৰ, টুইটাৰত পুনৰ ঘুৰি আহিল নীলা চৰাইটো

মাত্ৰ কেইটামান দিন পাৰ হৈ গ’ল। কুকুৰটো আঁতৰিল! পুৰণি নীলা চৰাইটো পুনৰ আহিল টুইটাৰত। কিন্তু এই ল’গ’টো আকৌ সলনি কিয়?...

Read moreDetails

কিয় ড’নাল্ড ট্ৰাম্প জেললৈ যোৱাটো ঠিক নহ’ব বুলি ক’লে পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছে?

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰাক্তন পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছক সম্পৰ্কৰ বিষয়ে মুখ বন্ধ কৰি ৰাখিবলৈ উৎকোচ দিয়াৰ অভিযোগ উত্থাপন...

Read moreDetails

প্ৰতিশোধ! প্ৰেমিকাৰ বিয়াত বোমা উপহাৰ প্ৰাক্তন প্ৰেমিকৰ; বিস্ফোৰণত দৰাকে ধৰি দুজন নিহত

ছত্তীশগড়ৰ কবীৰধাম জিলাত সংঘটিত বোমা বিস্ফোৰণত নিহত হৈছে এজন সদ্য বিবাহিত পুৰুষ আৰু তেওঁৰ ভাতৃ। বিস্ফোৰণৰ ঘটনাত আহত হৈছে এটি...

Read moreDetails

‘চিকেন কাৰী’ খাবলৈ নাপাই নিজ পুত্ৰক হত্যা খাদ্যলোভী পিতৃৰ

এইখন ভাৰততে সংঘটিত হৈছে এনে এক ঘটনা। যিখন দেশত পিতৃ-মাতেৃয়ে নিজৰ সন্তানক খুৱাবলৈ নিজে লঘোণে থাকিবলৈও কুন্ঠাবোধ নকৰে, সেইখন দেশতে...

Read moreDetails

যৌনতা হৈছে ইশ্বৰে প্ৰদান কৰা আটাইতকৈ সুন্দৰ উপহাৰ – পোপ ফ্ৰান্সিস

এইবাৰ যৌনতা সম্পৰ্কে মুকলি মন্তব্য আগবঢ়াইছে ফ্ৰান্সৰ মুখ্য কেথলিক ধৰ্মযাজক পোপ ফ্ৰান্সিসে। তেওঁৰ মতে যৌনতাৰ দৰে অপূৰ্ব বস্তু এই পৃথিৱীত...

Read moreDetails
Page 532 of 1136 1 531 532 533 1,136

Stay Connected

Recent News