DMCA.com Protection Status

শীর্ষ সংবাদ

ৰাজনৈতিক হেঁচাৰ বাবেই গ্ৰন্থ উৎসৱ স্থলীৰ পৰা আঁতৰিল অমল মেধিৰ কাৰ্টুন

বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ অম্বিকাগিৰী ক্ষেত্ৰত ছয় জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা দ্বিতীয় বৰপেটা গ্ৰন্থ উৎসৱত কাৰ্টুনৰ জৰিয়তে গ্ৰন্থপ্ৰেমীক...

Read more

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নাগালেণ্ড বিধানসভাৰ সদস্যপদ ত্যাগ প্ৰাক্তন গৃহ মন্ত্ৰী ৱাই পাটনৰ

নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে কালি নাগালেণ্ড বিধানসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰিছে ৰাজ্যখনৰ প্ৰাক্তন গৃহ মন্ত্ৰী ৱাই পাটনে।...

Read more

উৰ্জা গংগা গেছ পাইপলাইন প্ৰকল্প গুৱাহাটীলৈকে সম্প্ৰসাৰণৰ পৰিকল্পনা গেইলৰ

ৰাষ্ট্ৰৰ মালিকানাধীন প্ৰতিষ্ঠান গেইলে (GAIL) ইয়াৰ উৰ্জা গংগা গেছ পাইপলাইন প্ৰকল্প গুৱাহাটীলৈকে সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে। কেন্দ্ৰীয় পে'ট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ...

Read more

তেজপুৰৰ ৰঙাপাৰা অঞ্চলৰ চাহ বাগিচাৰ বিদ্যালয়সমূহত শিক্ষকৰ অনিয়মীয়া উপস্থিতি

তেজপুৰৰ ৰঙাপাৰা অঞ্চলৰ চাহ বাগিচাৰ বিদ্যালয়সমূহত শিক্ষকসকলৰ অনিয়মীয়া উপস্থিতিৰ কথা পোহৰলৈ আহিছে। জানিব পৰা মতে ৰঙাপাৰা কছাৰীগাওঁ চাহ বাগিচাৰ ১২...

Read more

জনতা ভৱনৰ মহিলা কৰ্মচাৰীৰ বাবে বিনামূলীয়া বাছ সেৱা মুকলি মুখ্য মন্ত্ৰীৰ

বহনক্ষম উন্নয়নৰ লক্ষ্য কাৰ্যসূচীৰ অধীনত জনতা ভৱনৰ মহিলা কৰ্মচাৰীসকলৰ বাবে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৬...

Read more

চহৰ এলেকাৰ নিম্ন আয়ৰ লোকৰ বাবে ৮৩ হাজাৰটা ঘৰ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে

'ৰাজ্যখনৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে অতি শীঘ্ৰে বহনক্ষম গৃহ নীতি গ্ৰহণ কৰিব আৰু ইয়াৰ বাবে...

Read more

দৰং জিলাৰ ধুলা আৰক্ষী থানাত সংঘটিত ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

এন ই নাওলৈ মুখ্য মন্ত্ৰীৰ জনসম্পৰ্কৰক্ষী কোষে এই মাত্ৰ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তা অনুসৰি জানিব পৰা মতে দৰং জিলাৰ...

Read more

ধূলা কাণ্ডক তীব্ৰ নিন্দা প্ৰদেশ কংগ্ৰেছৰ, নিহতসকলক ক্ষতিপূৰণ, আহতৰ চিকিৎসা, ঘটনাৰ ন্যায়িক তদন্ত দাবী

দৰং জিলাৰ ধুলা আৰক্ষী থানাত এজন শ্ৰমিকে আৰক্ষীৰ জিম্মাত ৰহস্যজনকভাৱে মৃত্যুবৰণ কৰা আৰু এই ঘটনাৰ প্ৰতিবাদ কৰিবলৈ যোৱা এজন নিৰীহ...

Read more

চূড়ান্ত এন আৰ চিৰ পূৰ্বে কেন্দ্ৰৰ দ্বাৰা আপিল কৰ্তৃপক্ষ গঠনৰ পোষকতা তৰুণ গগৈৰ

চূড়ান্ত এন আৰ চিত কিবা কাৰণত কোনো প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত নহ'লে এই সম্পৰ্কীয় অভিযোগসমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে এক আপিল কৰ্তৃপক্ষ...

Read more
Page 4444 of 4449 1 4,443 4,444 4,445 4,449

Recent News