DMCA.com Protection Status

শীর্ষ সংবাদ

জলাশয় সংৰক্ষণৰ আঁচনি গ্ৰহণ কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ে

জলাশয়ৰ ওপৰত কৰা নিৰ্মাণত সাংঘাতিক প্ৰভাৱ পেলোৱাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ে ইয়াৰ জলাশয়সমূহ সংৰক্ষণৰ পৰিকল্পনা কৰিছে। বিশ্ববিদ্যালয়খনৰ ৫০৮ একৰ...

Read more

মমিতা দেৱবাৰ্মাৰ শিৰত ফেমিনা মিছ ইণ্ডিয়া ত্ৰিপুৰাৰ খিতাপ

টাইমছ গ্ৰুপে অনুষ্ঠিত কৰা সৌন্দৰ্য প্ৰতিযোগিতাত ত্ৰিপুৰালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মমিতা দেৱবাৰ্মাই। উল্লেখযোগ্য যে মমিতাই যোৱা ১৮ মাৰ্চত...

Read more

নৱনিৰ্মিত মেকা-বমজিৰ সেতুৰ জৰিয়তে অৰুণাচলৰ সৈতে অচিৰেই সংযোগ ঘটিব উত্তৰ অসমৰ

দেশৰ দ্বিতীয় দীৰ্ঘতম দলংখন মুকলি কৰাৰ বাবে প্ৰস্তুত হৈ উঠিছে। দেশৰ দীৰ্ঘতম ড০ ভূপেন হাজৰিকা সেতুৰ পাছতেই স্থান ল’বলৈ ওলোৱা...

Read more

গৰমত দেহ-মন জুৰাৱলৈ শীৰ্ষ পাঁচখন পাহাৰীয়া ঠাইৰ ভিতৰত শ্বিলং, গেংটক

গ্ৰীষ্মৰ দহনৰ পৰা নিশ্চিত সকাহ বিচাৰি ভ্ৰমণ কৰিবলগীয়া পাঁচখন পাহাৰীয়া পৰ্যটনস্থলীৰ ভিতৰত আছে উত্তৰ-পূৰ্বাঞ্চলৰ দুই ৰাজ্যৰ ৰাজধানী চহৰ শ্বিলং আৰু...

Read more

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে পূজা আগবঢ়ালে ‘ভাৰত মাতা’ক

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে দেওবাৰে তেওঁৰ গৃহ সমষ্টি বনমালীপুৰ বিধানসভা সমষ্টিৰ ধালেশ্বৰত ‘ভাৰত মাতা’ৰ পূজা আগবঢ়ায়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে...

Read more

বিহু মঞ্চত জাতীয় সাজপাৰ পৰিধান কৰাৰ আহ্বান বিহু সুৰক্ষা সমিতিৰ

ৰঙালী বিহুলৈ মাজত আৰু কেইটামান দিন থকাৰ সময়তে বিহুমঞ্চত জাতীয় সাজপাৰ পৰিধান আৰু বিহুৰ অনুষ্ঠান চলাৰ সময়ৰ প্ৰসংগ পুনৰ উত্থাপন...

Read more

নাট্যশ্ৰী সন্মান লাভ কৰা ডিমৌৰ লিখেন দত্তলৈ অভিনন্দন

নাট্যশ্ৰী সন্মানেৰে ডিমৌলৈ গৌৰব কঢ়িয়াই অনা নাট্যকাৰ লিখেন দত্তক অভিনন্দন তথা সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে দেওবাৰে সন্ধিয়া কমলদৈপুল সংগীত বিদ্যালয় আৰু...

Read more

আন্দোলনত নামিল বিজেপি নেতৃত্বাধীন নৱগঠিত ত্ৰিপুৰা চৰকাৰৰ অংশীদাৰ আই পি এফ টি; নতুন দিল্লীত উঠালে তিপৰালেণ্ডৰ দাবী

চৰকাৰ গঠনৰ পিছতে নতুন দিল্লীত সুকীয়া ৰাজ্য দাবী আন্দোলনত যোগ দিলে ত্ৰিপুৰাৰ বিজেপি নেতৃত্বাধীন নতুন চৰকাৰৰ অংশীদাৰী দল আই পি...

Read more
Page 4508 of 4589 1 4,507 4,508 4,509 4,589

Recent News