DMCA.com Protection Status

শীর্ষ সংবাদ

লালদুৰ্গৰ অৱসান: ত্ৰিপুৰাত বিজেপি মিত্ৰজোঁট চৰকাৰৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ শপত গ্ৰহণ

২৫ বছৰীয়া বাওঁপন্থী শাসনক ওফৰাই ত্ৰিপুৰাত ঐতিহাসিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা বিজেপিৰ মুখ্যমন্ত্ৰী ৰূপে আজি শপত গ্ৰহণ কৰিলে বিপ্লৱ...

Read more

নাগালেণ্ডৰ প্ৰথমখন কেবিনেট বৈঠকে শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে ভোটদাতাসকলক ধন্যবাদ জনায়

ৰাজ্যখনত নেইফিউ ৰিঅ’ মন্ত্ৰীসভাই শপতগ্ৰহণ কৰাৰ পিছত নাগালেণ্ড কেবিনেটৰ বৃহস্পতিবাৰে প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ আৰম্ভণিতে নতুন কেবিনেটে নেশ্যনেল ডেম’ক্ৰেটিক...

Read more

মেঘলয়ত ১২গৰাকী সচিবক নিযুক্তি কনৰাড চাংমা চৰকাৰৰ

মেঘালয়ত কনৰাড চাংমা নেতৃত্বধীন  এমডিএ চৰকাৰখনে শপত গ্ৰহণ কৰাৰ তিনিদিনৰ ভিতৰতে নিযুক্তি দিছে ১২গৰাকীকৈ সচিবক। ইতিমধ্যে নৱনিযুক্ত মুখ্যমন্ত্ৰী চাংমাই ৰাজ্যখনৰ...

Read more

‘’বিগ ব্ৰাডাৰ’’ হ’বলৈ চেষ্টা কৰিলে মেঘালয়ত পিডিএফৰ সমৰ্থন হেৰুৱাব বিজেপিয়ে

পিপলছ ডেমক্ৰেটিক ফ্ৰন্টে (পিডিএফ) নেশ্যনেল পিপলছ পাৰ্টিৰ (এনপিপি) নেতা কনৰাড চাংমাক মুখ্য মন্ত্ৰী হিচাপে লৈ গঠন হোৱা মেঘালয়  ডেমক্ৰেটিক ফ্ৰন্টৰ...

Read more

নাগালেণ্ডত সংসদীয় সচিব নিযুক্তি নিদিয়ে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই

চতুৰ্থটো কাৰ্যকালৰ বাবে বৃহস্পতিবাৰে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা নেইফিউ ৰিঅ’ই তেওঁৰ প্ৰথমখন কেবিনেট বৈঠকতে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।...

Read more

বজালীত এয়াৰটেল সেৱাই জ্বলাকলা খুৱাইছে গ্ৰাহকক

বজালী অঞ্চলৰ এয়াৰটেলৰ গ্ৰাহকসকলে সমস্যাৰ সন্মুখীন হৈছে। ৰাইজে তেওঁলোকৰ মোবাইলত ৰিচাৰ্জ কৰিব পৰা নাই আৰু নেটৱৰ্ক সেৱা অত্যন্ত বেয়া। অসমৰ...

Read more

বৰপেটাৰ বজালীত এটা সংঘটিত শোকাবহ দুৰ্ঘটনাত হতাহত ৩ জন

বজালীৰ সাদেৰী এলেকাত ৰাষ্ট্ৰীয় ঘাইপথ-১২৭ ভূটান পথটোত সংঘটিত এটা শোকাবহ দুৰ্ঘটনাত এজন নিহত হোৱাৰ লগতে আন দুজন আহত হোৱাৰ বাতৰি...

Read more

ৰাজ চক্ৰৱৰ্তীক গড়কপ্তানি বিভাগৰ আয়ুক্ত তথা বিশেষ সচিব হিচাপে নিযুক্তি দিছে অসম চৰকাৰে

অসম চৰকাৰে ৰাজ চক্ৰৱৰ্তীক ৰাজ্য চৰকাৰৰ গড়কপ্তানি (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ আয়ুক্ত তথা বিশেষ সচিব হিচাপে নিযুক্তি দিছে। এই...

Read more

যোৰহাটত উপস্থিত হোৱা ‘ছুপাৰ ডান্সাৰ’ৰ চূড়ান্ত প্ৰতিযোগী বিশালক বিপুল আদৰণি

যোৰহাটত বৃহস্পতিবাৰে বিশাল শৰ্মাক এবাৰ চাবলৈ ৰোৰিয়া বিমান বন্দৰৰ পৰা ডুলিয়াগাঁৱলৈ ৰাইজৰ লানি নলগা শাৰী দেখিবলৈ পোৱা গ’ল। চনী টিভিত...

Read more

অগপই পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ লগত মিত্ৰতা নকৰে: ৰমেন্দ্ৰ নাৰায়ণ কলিতা

অসমত দুবাৰকৈ শাসনৰ গাদী দখল কৰা অসম গণ পৰিষদে ৰাজ্যখনত হ’বলগীয়া আগন্তুক পঞ্চায়ত নিৰ্বাচনত অকলেই প্ৰতিদ্বণ্ডিতা আগবঢ়াব। আঞ্চলিক দলটোৱে ইতিমধ্যে...

Read more
Page 4521 of 4587 1 4,520 4,521 4,522 4,587

Recent News