DMCA.com Protection Status

শীর্ষ সংবাদ

কমনৱেলথ গে’মছলৈ অসমৰ বক্সাৰ লাভলিনা বৰগোহাঁই : বুধবাৰে ৰাতিলৈকে খেলুৱৈগৰাকীক খবৰেই দিয়া নাই নিৰ্বাচকে

কমনৱেলথ গে’মছত ভাৰতক প্ৰতিনিধিত্ব কৰিবৰ বাবে বাচনি হৈছে অসমৰ গোলাঘাটৰ জীয়ৰী লাভলিনা বৰগোহাঁই। আনহাতে বাদ পৰিছে অসমৰে জনপ্ৰিয় বক্সাৰ শিৱ...

Read more

এয়েৰচে’ল গ্ৰাহকৰ বাবে সুখবৰ : ১৫ এপ্ৰিললৈকে গ্ৰাহকক ম’বাইল নম্বৰ পৰ্টেবিলিটিৰ সুবিধা দিবলৈ কোম্পানিটোক নিৰ্দেশ ট্ৰাইৰ

অসমৰ এয়েৰচে’ল গ্ৰাহকসকলৰ বাবে সুখবৰ কঢ়িয়াই সেৱা বন্ধ কৰা কোম্পানিটোক চলিত বছৰৰ ১৫ এপ্ৰিললৈকে গ্ৰাহকসকলক ম’বাইল নম্বৰ প'ৰ্টেবিলিটি (MNP)ৰ সুবিধা...

Read more

বন ধ্বংসত বাধা দিয়া বন বিষয়াক মাৰপিট কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্য্যবাহীৰ : অভিযুক্তক কৰা নাই আটক

ধনশিৰি সংৰক্ষিত বনাঞ্চলত অবৈধ মাটি খননত বাধা দিবলৈ যোৱা ডিফুৰ আঞ্চলিক বন বিষয়া ডি এন হৰিজনক মৰিয়াই গুৰুতৰভাৱে আঘাত কৰাত...

Read more

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পাহৰিলে ব’হাগ বিহু : উৰুকাৰ বাবে আদবাটতে সলালে চলি থকা প্ৰথম বৰ্ষৰ ১৩ এপ্ৰিলৰ পৰীক্ষাৰ দিন

ব’হাগ বিহুৰ বাবে আদবাটতে পিছুৱালে চলি থকা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ১৩ এপ্ৰিলৰ পৰীক্ষা। সূচীত ঘোষণা কৰা ১৩ এপ্ৰিলৰ পৰিৱৰ্তে...

Read more

তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱত প্ৰাথমিক বিদ্যালয়সমূহৰ হৈছে নাটকীয় উন্নতি : হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহৰ তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱত ২০ শতাংশ বিদ্যালয়ে পাইছে এ’+ গ্ৰে’ড। গুৱাহাটীত আজি সংবাদমেলযোগে এই ফলাফল ঘোষণা কৰি...

Read more

আশী মেট্ৰিক টন মম ৰপ্তানিৰে এমেৰিকাৰ বজাৰত নুমলীগড় শোধনাগাৰ : বিশ্বৰ ২৫ খন দেশে আমদানি কৰে এন আৰ এল ৱেক্স

এমেৰিকালৈ ৮০ মেট্ৰিক টন মম (wax) ৰপ্তানি কৰিলে নুমলীগড় শোধনাগাৰে। মঙলবাৰে এই ৰপ্তানিৰ যোগেদি উত্তৰ এমেৰিকাৰ বজাৰত প্ৰৱেশ কৰা নুমলীগড়...

Read more

এ পি এচ চিৰ নতুন অধ্যক্ষ হ’ব অৱসৰপ্ৰাপ্ত আই এ’ এছ বিষয়া ধ্ৰুৱজ্যোতি হাজৰিকা

দুৰ্নীতিবিধ্বস্ত অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছে ধ্ৰুৱজ্যোতি হাজৰিকাক। নৱ নিযুক্ত অধ্যক্ষ হাজৰিকা ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া।...

Read more

ছবছৰে দৰমহাৰ মুখ নেদেখাকৈ পত্নী আৰু কণমানি কন্যাক এৰি অকালতে চকু মুদিলে শিৱসাগৰৰ শিক্ষকে

ছবছৰে দৰমহাৰ মুখ নেদেখাকৈ পত্নী আৰু কণমানি কন্যাক এৰি অকালতে চকু মুদিলে শিৱসাগৰৰ ৰবীন বৰুৱা নামৰ এজন শিক্ষকে। ডিব্ৰুগড়ৰ এখন...

Read more

বিশিষ্ট সাহিত্যিক আনন্দ বৰমুদৈলৈ ‘যতীন্দ্ৰ কুমাৰ বৰগোহাঞি স্মাৰক’ বঁটা

২৮ ফেব্ৰুৱাৰি অর্থাৎ কাইলৈ বিশিষ্ট সাহিত্যিক ড০ আনন্দ বৰমুদৈক প্ৰদান কৰা হ’ব ‘যতীন্দ্ৰ কুমাৰ বৰগোহাঞি স্মাৰক সমালোচনামূলক সাহিত্য-সাংবাদিকতা বটাঁ-২০১৭’। এই...

Read more

গুৱাহাটীৰ অসম আভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদত আগবঢ়োৱা হ’ব অতিৰিক্ত সুৰক্ষা

অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আভিযান্ত্ৰিক মহাবিদ্যালয় শিক্ষক সংস্থা, মহাবিদ্যালয় ছাত্ৰ সন্থা আৰু অসম আভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাই মহাবিদ্যালয়খনৰ অধ্যক্ষৰ সৈতে...

Read more
Page 4533 of 4586 1 4,532 4,533 4,534 4,586

Recent News