• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্রকাশ পালে CTET ৰ প্ৰৱেশপত্ৰ; জানক কিদৰে ডাউনল’ড কৰিব

এন ই নাও নিউজ by এন ই নাও নিউজ
November 27, 2019 5:51 pm
প্রতিনিধিত্বমূলক ছবি

প্রতিনিধিত্বমূলক ছবি

398
VIEWS
Share on FacebookShare on Twitter

ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অধীনৰ কেন্দ্ৰীয় শিক্ষক যোগ্যতা পৰীক্ষা চমুকৈ (CTET)ৰ প্ৰৱেশপত্ৰ প্ৰকাশ পাইছে।

যিসকল প্ৰাৰ্থীয়ে উক্ত পৰীক্ষাৰ বাবে আৱেদন কৰিছে তেওঁলোকে পৰিষদৰ ৱেবছাইট ctet.nic.in.ত গৈ প্ৰৱেশপত্ৰ ডাউনল’ড কৰিব পাৰিব।

অহা ৮ ডিচেম্বৰ, দেওবাৰে CTETৰ পৰীক্ষা অনুষ্ঠিত হ’ব। দেওবাৰে পুৱা ৯.৩০ বজাত পেপাৰ-I অনুষ্ঠিত হোৱাৰ বিপৰীতে পেপাৰ-II অনুষ্ঠিত হ’ব আৱেলি ২ বজাৰ পৰা ৪.৩০ বজালৈ।

প্ৰৱেশপত্ৰ ডাউনল’ড কৰিবলৈ তলৰ নিয়মকেইটা অনুসৰণ কৰক –

১. বিভাগীয় ৱেবছাইট- ctet.nic.in খুলি লওক।

২. ৱেবছাইটটোৰ হোমপেজত গৈ তাত আহি থকা CTET admit card লিংকত ক্লিক কৰক।

৩. স্ক্ৰিনত এটা নতুন টেব খুল খাব।

৪. তাত গৈ বিচৰা তথ্যসমূহ পুৰণ কৰি ‘submit’ত ক্লিক কৰক।

৫. স্ক্ৰিনত CTET প্ৰৱেশপত্ৰখন ডিছপ্লে হ’ব।

৬. প্ৰৱেশপত্ৰখন ডাউনল’ড কৰি ৰাখি তাৰ এটা প্ৰিণ্ট আউট উলিয়াই ৰাখক।

পৰীক্ষাৰ্থীসকলে পৰীক্ষা আৰম্ভ হোৱাৰ ৯০ মিনিটৰ আগত পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’ব লাগিব। পেপাৰ-Iৰ ক্ষেত্ৰত পুৱা ৯.৩০ বজাৰ পিছত আৰু পেপাৰ-IIৰ ক্ষেত্ৰত আৱেলি ২ বজাতকৈ দেৰি হ’লে পৰীক্ষা কেন্দ্ৰত সোমাবলৈ দিয়া নহ’ব।

উল্লেখযোগ্য যে এগৰাকী পৰীক্ষাৰ্থীয়ে CTET লাভ কৰা নম্বৰ ফলাফল ঘোষণা কৰাৰ ৭ বছৰ পিছলৈকে বৈধ থাকিব।

Recent News

জনজাতিৰ মৰ্যদা নাপালে ২০২৬ ৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ : ৰাজ্যজুৰি প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ

জনজাতিৰ মৰ্যদা নাপালে ২০২৬ ৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ : ৰাজ্যজুৰি প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ

গ্ৰাহক ৰজা, নিৰামিষ ৰান্ধিছে নে আমিষ সেই বিষয়ে জনাৰ অধিকাৰ আছে: উচ্চতম ন্যায়ালয়

গ্ৰাহক ৰজা, নিৰামিষ ৰান্ধিছে নে আমিষ সেই বিষয়ে জনাৰ অধিকাৰ আছে: উচ্চতম ন্যায়ালয়

১৯৯ কোটি টকাৰ কৰ ফাঁকিৰ গোচৰত বিপদত পৰিছে কংগ্ৰেছ, ‘কোনোধৰণৰ সকাহ নাই’ বুলি জনালে ন্যায়াধিকৰণে

১৯৯ কোটি টকাৰ কৰ ফাঁকিৰ গোচৰত বিপদত পৰিছে কংগ্ৰেছ, ‘কোনোধৰণৰ সকাহ নাই’ বুলি জনালে ন্যায়াধিকৰণে

উজনি অসমতো উচ্ছেদ কৰা হ’ব খিলঞ্জীয়া লোক : শদিয়া ভ্ৰমণৰ সময়ত ইংগিত মুখ্যমন্ত্ৰীৰ

উজনি অসমতো উচ্ছেদ কৰা হ’ব খিলঞ্জীয়া লোক : শদিয়া ভ্ৰমণৰ সময়ত ইংগিত মুখ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd