• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুদ্ধ বিৰতি উলংঘা! সীমান্ত সুৰক্ষা বাহিনীৰ ওপৰত আক্ৰমণ পাক সেনাৰ

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
October 18, 2023 6:05 pm
530
VIEWS
Share on FacebookShare on Twitter

ভাৰত পাকিস্তানৰ সীমান্তত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।যুদ্ধবিৰতি ভংগ কৰিছে পাকিস্তানে।

মঙলবাৰে জম্মু-কাশ্মীৰৰ আৰ্নিয়া ছেক্টৰত পাকিস্তানী ৰেঞ্জাৰসকলে যুদ্ধবিৰতি উলংঘা কৰি গুলীচালনা কৰে। এই গুলীচালনাত আহত হয় ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীৰ দুজনকৈ জোৱান।

খবৰ অনুসৰি মঙলবাৰে বিয়লি জম্মু-কাশ্মীৰৰ আৰ্নিয়া ছেক্টৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা পাকিস্তানী ৰেঞ্জাৰসকলে হঠাতে গুলীচালনা কৰে। এই সংঘৰ্ষত আহত হয় বিএছএফৰ দুজন জোৱান। লগে লগে তেওঁলোকক উদ্ধাৰ কৰি জম্মু চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়। সম্প্ৰতি তাতেই তেওঁলোক চিকিৎসাধীন হৈ আছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, আৰ্নিয়া ছেক্টৰৰ বিক্ৰম পোষ্টৰ সমীপত এই ঘটনা সংঘটিত হয়। জানিব পৰা মতে, সীমান্তৰ পৰা ৬০ মিটাৰ দূৰত্বত বি এছ এফৰ জোৱান দুজনে বিদ্যুৎ পৰিবাহী তাঁৰত কাম কৰি আছিল। বিক্ৰম সীমান্ত আউটপোষ্টৰ পৰা সেই ঠাইখনৰ দূৰত্ব আছিল ১৫০০ মিটাৰ। তাত কাম কৰি থকা অৱস্থাতেই পাকিস্তানী সেনাই জোৱান দুজনৰ ওপৰত গুলীচালনা কৰে।

উল্লেখ্য যে, ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত হৈছিল। দুয়োখন দেশেই জম্মু-কাশ্মীৰ আৰু অন্যান্য প্ৰান্তত শান্তিপূৰ্ণ সহাৱস্থানৰ সংকল্পত সন্মতি প্ৰকাশ কৰে। যুদ্ধবিৰতি স্বাক্ষৰিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰিছে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd