• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2025 10:32 am
প্ৰতিনিধিত্বমূলক ফটো- সংগৃহীত

প্ৰতিনিধিত্বমূলক ফটো- সংগৃহীত

62
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (আই আই এম) স্থাপনৰ বিধেয়কত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে। কেবিনেটে ঘোষণা কৰা এই প্রতিষ্ঠান, ২০০৭ চনত স্থাপিত আই আই এম শ্বিলঙৰ পাছত উত্তৰ-পূর্বাঞ্চলৰ দ্বিতীয়টো আৰু দেশৰ ভিতৰতে ২২তম প্রতিষ্ঠান হিচাপে পৰিগণিত হ’ব৷ জ্যেষ্ঠ বিষয়াসকলৰ মতে, চৰকাৰে এই প্ৰকল্পৰ বাবে ৫০০ কোটিৰো অধিক টকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। পৰিচালনা শিক্ষাৰ উন্নতি, উদ্যোগীকৰণক প্ৰসাৰিত কৰা আৰু অঞ্চলটোৰ অৰ্থনৈতিক বিকাশত সহায় কৰাৰ লক্ষ্যৰে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰিছে।

নতুন আই আই এমৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত গুণগত ব্যৱস্থাপনা কাৰ্যসূচী আৰু গৱেষণাৰ দীৰ্ঘদিনীয়া প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে সমগ্ৰ ভাৰতৰ ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰা হ’ব। ইতিমধ্যে গুৱাহাটীৰ আই আই টি গুৱাহাটী, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমীৰ দৰে শিক্ষানুষ্ঠান, চাংসাৰীত এইমছৰ দৰে শিক্ষানুষ্ঠান থকা শিক্ষা কেন্দ্ৰ হিচাপে গুৱাহাটীৰ ভূমিকা আৰু অধিক শক্তিশালী কৰিব। বিষয়াসকলে জোৰ দি কয় যে প্ৰতিষ্ঠানটোৱে প্ৰতিভাৰ প্ৰবাহ বৃদ্ধি কৰিব, নিয়োগযোগ্যতা বৃদ্ধি কৰাৰ লগতে আঞ্চলিক আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ মূল ক্ষেত্ৰসমূহক সমৰ্থন কৰিব বুলি আশা প্ৰকাশ কৰিছে। উল্লেখনীয় যে চলিত গ্ৰীষ্মকালীন অধিৱেশনৰ সময়তে সংসদত বিধেয়কখন উত্থাপন কৰা হ’ব বুলি সদৰী কৰিছে।

Recent News

উত্তৰ-পূব ভাৰতৰ খনিজ সম্পদ : বিকাশৰ অন্তৰালত লুন্ঠনৰ লোলুপ স্বপ্ন

উত্তৰ-পূব ভাৰতৰ খনিজ সম্পদ : বিকাশৰ অন্তৰালত লুন্ঠনৰ লোলুপ স্বপ্ন

গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

অশ্লীল উদ্দ্যেশৰ প্ৰমাণ নাথাকিলে মহিলাৰ হাতত ধৰি টনাটো অপৰাধ নহয় : মাদ্ৰাছ উচ্চ ন্যায়ালয়

অশ্লীল উদ্দ্যেশৰ প্ৰমাণ নাথাকিলে মহিলাৰ হাতত ধৰি টনাটো অপৰাধ নহয় : মাদ্ৰাছ উচ্চ ন্যায়ালয়

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি : গ্ৰেপ্তাৰ ডি আৰ ডি অ’, জয়চালমেৰৰ অতিথিশালাৰ মেনেজাৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি : গ্ৰেপ্তাৰ ডি আৰ ডি অ’, জয়চালমেৰৰ অতিথিশালাৰ মেনেজাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd