• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘অল আউট একশ্যন মোড’ত কেন্দ্ৰীয় চৰকাৰ : অশান্ত মণিপুৰলৈ ৫০০০ সেনা-জোৱান প্ৰেৰণ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 18, 2024 9:20 pm
63
VIEWS
Share on FacebookShare on Twitter

‘অল আউট একচন মোড’ত কেন্দ্ৰীয় চৰকাৰ। কঠোৰ হাতেৰে দমন কৰা হ’ব মণিপুৰৰ হিংসা। হিংসাত্মক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চি আৰ পি এফ জোৱানৰ আন ৫০টা কোম্পানী নিয়োগ কৰিছে চৰকাৰে।

এতিয়াৰে পৰা ২৪ ঘন্টাই মণিপুৰত নিৰাপত্তা বাহিনীয়ে অভিযান চলাব। সোমবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে এই বিষয়ত হাই ভল্টেজ বৈঠক অনুষ্ঠিত কৰে।

মন কৰিবলগীয়া যে ৭ নৱেম্বৰৰ পৰা পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। বিশেষকৈ ইয়াৰ জিৰিবাম জিলাত। এই পৰ্যন্ত জিলাখনত ২০ জন লোকৰ মৃত্যু হৈছে।

পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ১৪ নৱেম্বৰত কেইবাটাও অঞ্চলত পুনৰ AFSPA কাৰ্যকৰী কৰা হৈছে।
বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট সেৱা। ইতিমধ্যে গৃহ মন্ত্ৰালয়ে জিলাখনত ২০টা অৰ্ধসামৰিক কোম্পানী মোতায়েন কৰিছিল। এতিয়া আৰু ৫০টা অৰ্ধসামৰিক কোম্পানী অৰ্থাৎ ৫০০০ চি আৰ পি এফ জোৱান নিয়োগ কৰা হৈছে। মুঠতে মণিপুৰৰ অৰ্ধসামৰিক বাহিনী এতিয়া প্ৰায় এক লাখ।

সূত্ৰ অনুসৰি কেন্দ্ৰই অৰ্ধসামৰিক বাহিনীক সৰ্বাত্মক অভিযান চলাবলৈ নিৰ্দেশ দিছে। ইয়াত সক্ৰিয় সকলো বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰিবলৈ আৰু প্ৰয়োজন হ’লে হত্যা কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

চোৰাংচোৱা বিভাগৰ পৰা তথ্য সংগ্ৰহ কৰি সশস্ত্ৰ বিদ্ৰোহীৰ হাতত কি কি অস্ত্ৰ আছে, ক’ত আছে সেই বিষয়ে জানিবলৈ নিৰ্দেশ দিছে চৰকাৰে।

ম্যানমাৰ সীমান্তৰ ঠায়ে ঠায়ে নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান চলাব। অৰ্ধসামৰিক বাহিনীক কঠোৰ হাতেৰে পৰিস্থিতি চম্ভালিবলৈ নিৰ্দেশ দিয়া হৈছে।

Recent News

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ নিৰ্লজ্জ পাকিস্তানৰঃ দিল্লীয়ে উদঙালে মিথ্যাচাৰ

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ নিৰ্লজ্জ পাকিস্তানৰঃ দিল্লীয়ে উদঙালে মিথ্যাচাৰ

সীমান্তৰ ফালে আগবাঢ়িছে পাকিস্তানী সেনা, যুদ্ধৰ বাবে সাজু হৈছে ভাৰতো; জনালে ভ্যোমিকা সিঙে

সীমান্তৰ ফালে আগবাঢ়িছে পাকিস্তানী সেনা, যুদ্ধৰ বাবে সাজু হৈছে ভাৰতো; জনালে ভ্যোমিকা সিঙে

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd