• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ বিভিন্ন স্থানত আৱদ্ধ লোকসকলক আন্তঃৰাজ্যিক যাতায়তৰ অনুমতি কেন্দ্ৰ চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2020 7:30 am
আৱদ্ধ শ্ৰমিকৰ দৃশ্য

আৱদ্ধ শ্ৰমিকৰ দৃশ্য

678
VIEWS
Share on FacebookShare on Twitter

দ্বিতীয় পৰ্যায়ৰ ল’কডাউনৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ চাৰিটা দিন বাকী থকা অৱস্থাত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে বুধবাৰে বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা শ্ৰমিক, শিক্ষাৰ্থী আৰু ভ্ৰমণকাৰী সকলকৰ বাবে আন্তঃৰাজ্যিক যাতায়ৰ নিৰ্দেশনা জাৰি কৰিছে।

‘‘ল’কডাউনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত প্ৰব্ৰজিত শ্ৰমিক, তীৰ্থভ্ৰমণকাৰী, পৰ্যটক, শিক্ষাৰ্থী আৰু অন্যান্য ব্যক্তি সকল আৱদ্ধ হৈ থাকিবলগীয়া হৈছে। তেওঁলোকক নিজ নিজ স্থানলৈ যোৱাৰ বাবে অনুমতি প্ৰদান কৰা হ’ব,’’ গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশনাটোত কেন্দ্ৰীয় গৃহ সচিৱ অজয় ভাল্লাই কয়।

দুখন ৰাজ্যৰ মাজত হোৱা আলোচনাৰ মাধ্যমেৰেৰ চেনিটাইজ কৰা বাছত সামাজিক দূৰত্ব মানি চলিহে এই যাতায়তৰ অনুমতি প্ৰদান কৰা হৈছে।

আনহাতে, আন্তঃৰাজ্যিক ভ্ৰমণৰ ক্ষেত্ৰত কোনোধৰণৰ ক’ৰ’নাৰ লক্ষণ নেদেখুৱা ব্যক্তিকহে ভ্ৰমণৰ অনুমতি দিয়াৰ লগতে নিজৰ গৃহ ৰাজ্যত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকক ৰাজ্যসমূহে ঘৰ নাইবা চৰকাৰে ব্যৱস্থা কৰা কোৱাৰেণ্টাইনত ৰাখিব লাগিব বুলিও নিৰ্দেশনাটোত স্পষ্টভাৱে উল্লেখ আছে।

গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশনাটোত প্ৰব্ৰজিত শ্ৰমিক সকলৰ যাতায়তৰ বাবে ৰে’লৰ চলাচলৰ বিষয়ে কোনোধৰণৰ উল্লেখ নায়।

তদুপৰি, কোভিদ-১৯-ৰ সৈতে যুঁজাৰ নতুন নিৰ্দেশনা ৪ মে’ৰ পৰা কাৰ্য্যকৰী হ’ব য’ত বহু জিলাত থকা বাধ্যবাধকতা প্ৰয়োজনীয় গাইডলাইনৰ মাজেৰে শিথিল কৰি দিয়া হ’ব বুলিও গৃহ মন্ত্ৰ্যালয়ে জানিবলৈ দিয়ে।

বিভিন্ন ৰাজ্যৰ মুখ্য মন্ত্ৰী সকলৰ সৈতে প্ৰধান মন্ত্ৰীৰ শেহতীয়া বৈঠকৰ সময়ত মুখ্য মন্ত্ৰী সকলে ল’কডাউনৰ সময়সীমা বৃদ্ধি আৰু বিভিন্ন স্থানত আৱদ্ধ লোক সকলৰ প্ৰসংগ উত্থাপন কৰিছিল।

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd