• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰই অনলাইনত ঔষধ বিক্ৰী কৰা ছাইটসমূহ বন্ধ কৰিব! কিন্তু কিয়?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 14, 2023 7:30 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

179
VIEWS
Share on FacebookShare on Twitter

ফাৰ্মাচীলৈ নোযোৱাকৈও ঘৰত বহিয়েই জৰুৰীকালীন অৱস্থাত প্ৰয়োজনীয় ঔষধ উপলব্ধ হয়। অনলাইন শ্বপিংৰ সুবাদত ই-ফাৰ্মাচী ছাইটবোৰে ঔষধৰ লগতে স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন সেৱাও প্ৰদান কৰে। কিন্তু এইবাৰ সেই সুবিধাবোৰ বন্ধ হ’বলৈ গৈ আছে। জানিব পৰা গৈছে যে এইবাৰ কেন্দ্ৰই এই ই-ফাৰ্মাচীবোৰ বন্ধ কৰাৰ পথত আগবাঢ়িছে!

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীয়ে শেহতীয়াকৈ অনলাইনত ঔষধ বিক্ৰী কৰাত আপত্তি জনাইছিল। ভাৰতীয় ড্ৰাগ কণ্ট্ৰোলাৰ জেনেৰেলে (ডিচিজিআই) ইতিমধ্যে টাটা ১এমজি, আমাজন, ফ্লিপকাৰ্ট, নেটমেডছ, মেডি বাডি, ফ্ৰাঙ্কোইচ, এপেলোকে ধৰি ২০ টা ই-কমাৰ্চ ছাইটক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

কিন্তু এই অনলাইন শ্বপিং প্লেটফৰ্মবোৰক কিয় জাননী প্ৰদান কৰা হৈছে? জানিব মতে, অনলাইন ঔষধ বিক্ৰী কৰাৰ বাবে কোনো পৃথক অনুজ্ঞাপত্ৰ নাই। ফলস্বৰূপে, ঔষধৰ মানদণ্ডৰ বিষয়ে এক প্ৰশ্নবোধক চিহ্ন আছে। যিটো গ্ৰাহকৰ বাবে বিপদজনক হ’ব পাৰে। কেনেদৰে এনে বিপদাশংকা লোৱা হৈছে, কাৰণ দৰ্শোৱাৰ জাননীখনে সেই প্ৰশ্নটোৰ উত্তৰ বিচাৰিছে।

স্বাস্থ্য মন্ত্ৰালয়ে লগতে কৈছে যে চিকিৎসকৰ সঠিক প্ৰেছক্ৰিপচন অবিহনে অনলাইনত বিক্ৰী হোৱা ঔষধ মুকলি বজাৰত উপলব্ধ নহয়। অৰ্থাৎ, এই ই-কমাৰ্চ ছাইটবোৰে নিয়মবোৰৰ প্ৰতি মনোযোগ নিদিয়াকৈ এক অসংগঠিত উপায়েৰে ব্যৱসায় চলাই আছে।

কেৱল সেয়াই নহয়, অনুজ্ঞাপত্ৰ অবিহনে চিকিৎসা সঁজুলিও বিক্ৰী কৰা হৈছে। সেয়েহে, ঔষধৰ ব্যৱসায় অনলাইনত কৰিবলৈ, সঠিক প্ৰক্ৰিয়াৰ মাজেৰে যোৱাটো প্ৰয়োজনীয়। এক বিশেষজ্ঞৰ মতে, সেই ক্ষেত্ৰত বৰ্তমানৰ বাবে ই-ফাৰ্মাচীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত সঠিক হ’ব। কেইবছৰমানৰ পিছত, ই নিয়ম অনুসৰি পুনৰ আৰম্ভ হ’ব পাৰে।

এতিয়া ই-কমাৰ্চ ছাইটবোৰে গোটেই বিষয়টোৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱায় সেয়া লক্ষ্যণীয় হৈ পৰিছে।

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd