• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ ব্যক্তিগতকৰণত কেন্দ্ৰৰ অনুমোদন

এন ই নাও নিউজ by এন ই নাও নিউজ
August 19, 2020 7:01 pm
AAI-1024x683
709
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰকে ধৰি দেশৰ ৬টা বিমান বন্দৰ আজি ব্যক্তিগত খণ্ডক গতাই দিয়াৰ প্ৰস্তাৱত আনুষ্ঠানিক ভাৱে অনুমোদন জনায় কেন্দ্ৰীয় কেবিনেটে।

কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে আজি অনুষ্ঠিত কৰা এক সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰি কয় যে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ লগতে জয়পুৰ,থিৰুৱান্তপুৰমৰ বিমান বন্দৰ প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপ মডেলৰ অধীনত ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়া হৈছে।

উল্লেখ্য ২০১৮ চনতে কেন্দ্ৰীয় চৰকাৰে দেশৰ বহু কেইটা বিমান বন্দৰ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ সিদ্ধান্ত লৈছিল।

২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত আহমেদাবাদ,জয়পুৰ, মাংগালুৰু,থিৰুৱান্তপুৰম বিমানবন্দৰ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ কথা চিন্তা কৰিছিল।

একেদৰে ২০১৯ চনৰ ছেপ্তেম্বৰ মাহত চৰকাৰে বাৰানসী,ভূৱনেশ্বৰ,ৰাইপুৰ তিৰছি বিমানবন্দৰ ব্যক্তিগতকৰণৰ কথা চিন্তা কৰা হৈছিল।

অৱশেষত আজি কেন্দ্ৰীয় কেবিনেটে গুৱাহাটীৰ লগতে আন কেইবাটাও বিমান বন্দৰ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ বিষয়টোত অনুমোদন জনায়।

বিমান বন্দৰৰ ব্যক্তিগতকৰণৰ জৰিয়তে চৰকাৰে বিমান বন্দৰ সমূহৰ মান উন্নত কৰাৰ বাবে চেষ্টা চলাব।

ব্যক্তিগত খণ্ডৰ হাতলৈ যোৱাৰ ফলত বিমান বন্দৰৰ ভিতৰ চ’ৰাৰ বিশেষ পৰিৱৰ্তন হ’ব বুলি চৰকাৰে আশা কৰিছে।

Recent News

টাইট কাপোৰ পৰিধান আাৰু পকেটত ম’বাইল ফোন ৰখাৰ পৰা সাৱধান! প্ৰভাৱিত কৰিব পাৰে প্ৰজনন ক্ষমতাত

টাইট কাপোৰ পৰিধান আাৰু পকেটত ম’বাইল ফোন ৰখাৰ পৰা সাৱধান! প্ৰভাৱিত কৰিব পাৰে প্ৰজনন ক্ষমতাত

‘বহুতে ৰাছিয়াৰ পৰা তেল কিনে, ৫০ শতাংশ শুল্ক অযুক্তিকৰ!’ ট্ৰাম্পক তীব্ৰ সমালোচনা ভাৰতৰ

‘বহুতে ৰাছিয়াৰ পৰা তেল কিনে, ৫০ শতাংশ শুল্ক অযুক্তিকৰ!’ ট্ৰাম্পক তীব্ৰ সমালোচনা ভাৰতৰ

৫,০০০ টকাৰ বিল ৰেহাইৰ উদ্দেশ্য: চিচিটিভি ফুটেজত প্ৰকাশ পালে নিৰামিষ বিৰিয়ানীত মাংসৰ হাড় মিলোৱা ভিডিঅ’

৫,০০০ টকাৰ বিল ৰেহাইৰ উদ্দেশ্য: চিচিটিভি ফুটেজত প্ৰকাশ পালে নিৰামিষ বিৰিয়ানীত মাংসৰ হাড় মিলোৱা ভিডিঅ’

মছজিদৰ ভিতৰত ৫ বছৰীয়া কিশোৰীক ধৰ্ষণ! গ্ৰেপ্তাৰ মুছলমান ধৰ্মগুৰু

মছজিদৰ ভিতৰত ৫ বছৰীয়া কিশোৰীক ধৰ্ষণ! গ্ৰেপ্তাৰ মুছলমান ধৰ্মগুৰু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd