• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাণক্য নীতি : আপোনাৰ শ্ৰেষ্ঠ বন্ধু কোন? কৈ গৈছে চাণক্যই

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 25, 2025 8:30 am
70
VIEWS
Share on FacebookShare on Twitter

চাণক্য আছিল প্ৰাচীন ভাৰতৰ এগৰাকী প্ৰখ্যাত দাৰ্শনিক, অৰ্থনীতিবিদ, কূটনীতিজ্ঞ, আৰু চন্দ্ৰগুপ্ত মৌৰ্য্যৰ মন্ত্ৰী। তেওঁ “কৌটিল্য” বা “বিষ্ণুগুপ্ত” নামেৰেও পৰিচিত। তেওঁৰ ৰচনা অৰ্থশাস্ত্ৰ আজিও প্ৰাসংগিক। 

চাণক্যই কৈ যোৱা কিছুমান বচন তলত উল্লেখ কৰা হ’ল –

১.   শত্ৰুক দুৰ্বল যেন দেখিলেও সহজভাবে ল’ব নালাগে।

২.  কঠোৰ পৰিশ্ৰম, সংযম আৰু সময়ানুৱর্তিতাই হৈছে সফলতাৰ চাবি-কাঠি। 

৩.   দুৰ্নীতি আৰু অপচয় ৰোধ কৰি ৰাষ্ট্ৰীয় সম্পদ ৰক্ষা কৰিব লাগে। ই হৈছে ৰাজনৰ মূল নীতি।

৫.  বিপদত মিত্ৰতাৰ পৰীক্ষা হয়। বিপদৰ সময়তে আচল বন্ধু সেয়া চিনিব পাৰি। বিপদৰ বন্ধুৱেই আচল বন্ধু।

৪.  সত্যতা গুৰুত্বপূৰ্ণ, কিন্তু প্ৰয়োজন হ’লে কূটনীতি প্ৰয়োগ কৰিব পাৰি। পৰিস্থিতি অনুসৰি হে সঁচা কথা কোৱা উচিত।

Recent News

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা

লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা

প্রান্তীয় খণ্ডসমূহৰ পৰা ২০২৫-২৬ বৰ্ষৰ বৃত্তিৰ বাবে আবেদন আহ্বান কৰিছে শ্ৰম কল্যাণ আয়ুক্তই

প্রান্তীয় খণ্ডসমূহৰ পৰা ২০২৫-২৬ বৰ্ষৰ বৃত্তিৰ বাবে আবেদন আহ্বান কৰিছে শ্ৰম কল্যাণ আয়ুক্তই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd