• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চন্দ্ৰযান-২ ৰ পৰা প্ৰেৰণ কৰা পৃথিৱীৰ প্ৰথম চিত্ৰ; চাওক ধৰিত্ৰীৰ সেই বিৰল ছবি

এন ই নাও নিউজ by এন ই নাও নিউজ
August 4, 2019 2:54 pm
chandra5_080419123429
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (আই এছ আৰ অ’)ৰ বিজ্ঞানীসকলে সফলতাৰে দ্বিতীয়টো চন্দ্ৰ অভিযান চন্দ্ৰযান-২ক নিৰৱিচ্ছিন্নভাৱে পৃথিৱীৰ কক্ষৰ পৰা আগুৱাই লৈ  গৈছে।

অভিযান আৰম্ভ হোৱাৰ পাছত চন্দ্ৰযানে প্ৰথমবাৰৰ বাবে পৃথিৱীৰ বিৰল আৰু ৰোমাঞ্চকৰ ছবি প্ৰেৰণ কৰিছে।

ইছৰোই জনোৱা মতে, চন্দ্ৰযান-২য়ে এই ছবি LI4কেমেৰাৰে গ্ৰহণ কৰিছে য’ত পৃথিৱীখনক নীলা ৰঙৰ দেখা গৈছে।

chandra2_080419123429

মহাজাগতিক সময় অনুসৰি এই ছবিসমূহ ১৭ বাজি ৩২ মিনিটত তোলা হৈছে। মহাজাগতিক সময়, সময়ৰ মানক যিয়ে পৃথিৱীৰ আৱৰ্তনৰ গতিৰ মাত্ৰাক সূচায়।

ইয়াক ঘড়ীৰ দ্বাৰা নহয়, বৰঞ্চ তাৰকা ৰাশিক চাই গণনা কৰা হয়। ভাৰত সমন্বিত মহাজাগতিক সময়তকৈ ৫ ঘন্টা ৩০ মিনিট আগত চলি আছে।

২ আগষ্টৰ দুপৰীয়া ৩ বাজি ২৭ মিনিটত চন্দ্ৰযান-২ৰ কক্ষপথ সফলতাৰে চতুৰ্থবাৰৰ বাবে সলনি কৰা হয়।

২২ জুলাই শুভাৰম্ভৰ পাছৰে পৰা চন্দ্ৰৰ দক্ষিণী কোণ ঢুকি পাবলৈ চন্দ্ৰযান-২ৰ ৪৮ দিনীয়া যাত্ৰা আৰম্ভ হৈছে।

শুভাৰম্ভৰ ১৬.২৩ মিনিট বাছত চন্দ্ৰযান-২ পৃথিৱীৰ পৰা প্ৰায় ১৭০ কিলোমিটাৰ উচ্চতাত গৈ জিএছএলভি –এমকে ৩ ৰকেটৰ পৰা পৃথক হৈ পৃথিৱীৰ কক্ষপথত ঘুৰি আছে।

chandra1_080419123429

ইছৰোৰ বিজ্ঞানীসকলে চন্দ্ৰযান-২ৰ শুভাৰম্ভণিৰ পাছত বহুত পৰিৱৰ্তন কৰিছে।

চন্দ্ৰযান-২ য়ে ২২ জুলাইৰ পৰা ৬ আগষ্টলৈকে পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰিব।

ইয়াৰ পাছত ১৪ আগষ্টৰ পৰা ২০ আগষ্টলৈকে চন্দ্ৰৰ দিশলৈ যাৱলগীয়া দীঘলীয়া কক্ষপথেৰে যাত্ৰা কৰিব।

২০ আগষ্টতে ই চন্দ্ৰৰ কক্ষপথত উপস্থিত হ’ব। তাৰ পাছত ১১ দিন অৰ্থাৎ ৩১ আগষ্টলৈকে ই চন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰিব।

ইয়াৰ পাছত ১ ছেপ্টেম্বৰত ই গৈ থকা অৰ্বিট’ৰৰ পৰা পৃথক হৈ চন্দ্ৰৰ দক্ষিণ কোণলৈ যাত্ৰা আৰম্ভ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd