• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সহিব নোৱৰা হৈছে প্ৰকৃতিয়ে, গোৱালপাৰাত ভৰ বাৰিষাতে শুকাইছে কৃষ্ণাই নৈ!

নীলমণি শৰ্মা by নীলমণি শৰ্মা
August 30, 2018 10:39 pm
158
VIEWS
Share on FacebookShare on Twitter

মানুহৰ নিৰ্য্যাতন যেন সহ্য নোহোৱা হৈছে প্ৰকৃতিৰ। নীপক’ই এৰা পানীয়ে হঠাতে গোলাঘাটৰ বিস্তৰ ক্ষতি কৰাৰ বিপৰীতে গোৱালপাৰাত ভৰ বাৰিষাতে শুকাইছে কৃষ্ণাই নৈ।

অকল কৃষ্ণায়ে নহয়, শুকাই গৈছে মেঘালয়ৰ পৰা নামি অহা দুধনৈ, জিনাৰি, জিনজিৰাম আদি সকলো নৈ। ভৰ বাৰিষা শাওণ মাহত এনেদৰে ইখনৰ পিছত সিখন নৈৰ পানী শুকাই যোৱাত আতংকিত হৈ পৰিছে জিলাখনৰ নৈপৰীয়া ৰাইজ৷

এই অস্বাভাৱিক ঘটনাৰ কাৰণ অনাবৃষ্টি নে মেঘালয়ৰ নদীবান্ধ নে এয়া কিবা মহাপ্ৰলয়ৰ আগজাননী তাকে লৈ চিন্তিত হৈ পৰিছে ৰাইজ৷

নৈৰ পানী শুকাই যোৱাৰ ফলত শুকান খেতি পথাৰত ৰাইজে খেতি কৰিব নোৱৰাৰ লগতে অঞ্চলটোত আনকি কুঁৱা আৰু দমকলটো পানী নোহোৱা হৈছে।

অঞ্চলটোৰ বয়োজ্যেষ্ঠ লোকসকলে জনোৱা মতে পূৰ্বে কোনো দিনে বাৰিষা কৃষ্ণাইৰ এই ৰূপ তেওঁলোকে দেখা নাই।

Recent News

টেক্সাছত ভয়ংকৰ বান : ১০৭ জন লোকৰ মৃত্যু, শতাধিক লোক এতিয়াও নিৰুদ্দেশ

টেক্সাছত ভয়ংকৰ বান : ১০৭ জন লোকৰ মৃত্যু, শতাধিক লোক এতিয়াও নিৰুদ্দেশ

সকলো ভাষাই ৰাষ্ট্ৰভাষা ! বিতৰ্কৰ মাজতে কেন্দ্ৰলৈ পৰামৰ্শমূলক বাৰ্তা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

সকলো ভাষাই ৰাষ্ট্ৰভাষা ! বিতৰ্কৰ মাজতে কেন্দ্ৰলৈ পৰামৰ্শমূলক বাৰ্তা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

এটা সুস্থ আৰু নিৰাপদ জীৱনশৈলী উপভোগ কৰিব বিচাৰে নেকি ?

এটা সুস্থ আৰু নিৰাপদ জীৱনশৈলী উপভোগ কৰিব বিচাৰে নেকি ?

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd