• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ওড়িশাত ৩০ এপ্ৰিললৈ বৃদ্ধি ল’কডাউন; মুখ্য মন্ত্ৰী নবীন পাটনায়কে কৰিলে আনুষ্ঠানিক ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2020 1:14 pm
Lockdown upsets Barpeta's firecracker industry

প্ৰতীকী ছবি।

46.5k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি ওড়িশাত ৩০ এপ্ৰিললৈ বৃদ্ধি কৰা হ’ল ল’কডাউন।

ওড়িশাৰ মুখ্য মন্ত্ৰী নবীন পাটনায়কে আজি ৰাজ্যখনত চলি থকা ল’কডাউন ৩০ এপ্ৰিললৈ বৃদ্ধি কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত ২১ দিনৰ বাবে ল’কডাউন ঘোষণা কৰাৰ পাছত ওড়িশা প্ৰথম ৰাজ্য হিচাপে ইয়াক বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে, ওড়িশাৰ সকলো ধৰণৰ শিক্ষানুষ্ঠান জুনৰ ১৭ তাৰিখলৈ বন্ধ থাকিব বুলিও ৰাজ্য চৰকাৰে প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, দেশত প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰা ল’কডাউন ১৪ এপ্ৰিলত সামৰণি পৰাৰ পাছতে পুনৰ ইয়াক বৃদ্ধি কৰা হ’ব নেকি সেই সন্দৰ্ভত বিভিন্ন মহলত চৰ্চা চলি আছে।

কেন্দ্ৰৰ তৰফৰ পৰা এই সম্পৰ্কত এতিয়ালৈ কোনোধৰণৰ স্পষ্টীকৰণ দিয়া নাই যদিও ৰাজ্য সমূহে নিজাববীয়াকৈ ল’কডাউন বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

ভাৰতত ক’ৰ’নাত আক্ৰান্ত লোকৰ সংখ্যাই আজি ৫,৭০০ অতিক্ৰম কৰাৰ বিপৰীতে ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ ইতিমধ্যে ১৬৬ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

Tags: COVID-19

Recent News

গুৱাহাটীৰ মলৰ পিভিআৰ চিনেমাত ফলছ চিলিং ভাঙি পৰি দৰ্শকৰ মাজত আতংক; ৩ জন আহত

গুৱাহাটীৰ মলৰ পিভিআৰ চিনেমাত ফলছ চিলিং ভাঙি পৰি দৰ্শকৰ মাজত আতংক; ৩ জন আহত

অ’ভেল টেষ্টত আজি জয়ী হ’বলৈ ভাৰতক লাগে আৰু ৪ টা উইকেট; ইংলেণ্ডক প্ৰয়োজন ৩৫ ৰান

অ’ভেল টেষ্টত আজি জয়ী হ’বলৈ ভাৰতক লাগে আৰু ৪ টা উইকেট; ইংলেণ্ডক প্ৰয়োজন ৩৫ ৰান

ক্ষমা বিচৰিবলৈ গৈও সমস্যা? সম্পৰ্ক ৰক্ষা কৰিব বিচাৰিলে এই ভুলবোৰ নকৰিব

ক্ষমা বিচৰিবলৈ গৈও সমস্যা? সম্পৰ্ক ৰক্ষা কৰিব বিচাৰিলে এই ভুলবোৰ নকৰিব

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd