• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল; পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিলৈ ২৪.৫৬ কোটিৰ চেক প্ৰদান

উত্তম শইকীয়া by উত্তম শইকীয়া
June 22, 2020 3:20 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‍‘কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় পাঁচখন জিলাৰ জনসাধাৰণৰ সহযোগিতাৰে জিলা সমূহৰ প্ৰশাসন, আৰক্ষী আৰু বনবিভাগে সংঘবদ্ধ হৈ কৰা কামৰ বাবেই আমাৰ চৰকাৰৰ দিনত কাজিৰঙাত গঁড় হত্যা হ্ৰাস হৈছে’, এইদৰে কয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আজি কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ তন্ত্ৰ পৰিচালনা প্ৰকল্পৰ পুঁজি বিতৰণ অনুষ্ঠানত অংশ লৈ মুখ্য মন্ত্ৰী সোণোৱালে লগতে ইয়াৰ বাবে পাঁচোখন জিলাৰ জনসাধাৰণ আৰু প্ৰশাসনক ধন্যবাদ দিয়ে আৰু সকলোকে চোৰাং চিকাৰীৰ বিৰুদ্ধে আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে দলবদ্ধভাৱে কাম কৰিবৰ বাবে আহ্বান জনায়।

আজিৰ এই অনুষ্ঠানত ভাৰত চৰকাৰৰ জলবায়ু পৰিবৰ্তনৰ ৰাষ্ট্ৰীয় অনুকুলন কোষৰ পুঁজিৰে উল্লেখিত পাঁচখন জিলাৰ ৭ থন পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ জড়িয়তে ৰূপায়ন কৰিবলৈ লোৱা আঁচনিৰ বাবে প্ৰায় ২৪.৫৬ কোটি টকাৰ চেক বিতৰণ কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ উপৰি জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বন বিভাগৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱ আৰু কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ উপস্থিত থাকে৷

কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে আঁত ধৰা অনুষ্ঠানত উদ্দেশ্য বাখ্যা কৰি কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰে জলবায়ু পৰিবৰ্তন প্ৰতিৰোধ কৰি কাজিৰঙাৰ জৈৱ বৈচিত্ৰতাক ৰক্ষা কৰাৰ বাবেই দেশৰ ভিতৰত প্ৰথম বাৰৰ বাবে পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ জড়িয়তে এই আঁচনি ৰূপায়ন কৰিবলৈ লোৱা হৈছে বুলি জনায়৷

বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় প্ৰংগনত আয়োজিত এই সভাত কাজিৰঙাৰ কাষৰীয় পাৰিপাৰ্শ্বিক উন্নয়ন সমিতি বিষয় ববীয়া আৰু বিভিন্ন প্ৰকৃতি সংঘৰ প্ৰতিনিধিও উপস্থিত থাকে।

উল্লেখ্য যে আজিৰ এই অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক প্ৰমোদ বৰঠাকুৰেও বক্তব্য ৰাখে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd