• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাম্বাৰপাৰাৰ ২ বছৰীয়া মৰম লগা দেৱ শিশু এক জটিল ৰোগত আক্ৰান্ত

সহায় বিচাৰি পিতৃ-মাতৃৰ কাতৰ আহ্বান

 ইয়াছিন আলী by ইয়াছিন আলী
March 5, 2021 2:20 pm
1
344
VIEWS
Share on FacebookShare on Twitter

 বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা তৃতীয় খণ্ড গাঁৱৰ সাহেব আলীৰ পুত্ৰ হাবিবুল ইছলাম(২)ৰ লিভাৰত টিউমাৰ তাতে কেঞ্চাৰ হৈছে।

দৰিদ্ৰ পৰিয়ালটোয়ে ধনৰ অভাৱত আধাতে চিকিৎসা সামৰি ফুলকুমলীয়া শিশুটোক বুকুত লৈ ঘৰতে চকুলো টুকিবলগীয়া হৈছে ।

প্ৰায় দুই বছৰীয়া শিশু হাবিবুলে খেলি থকাৰ সময়ত পেটত হাত লগাত কাঠৰ দৰে কঠিন অনুভৱ হয় । ততাতয়াকৈ ৩১ জানুৱাৰীত বৰপেটা ৰোডৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় ।

তাতে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

গুৱাহাটীত পৰীক্ষা কৰি লিভাৰত টিউমাৰ আৰু কেঞ্চাৰ হোৱা বুলি নিশ্চিত হোৱাত কেইদিন চিকিৎসা কৰি গুৱাহাটী বি বৰুৱা কেঞ্চাৰ চিকিৎসালয়ত প্ৰেৰণ কৰে।

অৰ্থৰ অভাৱত আধাতে চিকিৎসা সামৰি ঘৰলৈ উভতি আহে। বৰ্তমান ফুলকুমলীয়া শিশু জনক লৈ ঘৰতে দিনে নিশাই চকুলো টুকিছে পিতৃ মাতৃয়ে। সেয়ে ৰাজ্য চৰকাৰ, সাংসদ বদৰুদ্দিন আজমল, সু হৃদয়বান ব্যাক্তি সকলোৰ ওচৰত আৰ্থিক সাহায্য বিচৰি কাতৰ আহ্বান জনাইছে পৰিয়ালৰ সকলোৱে।

চৰকাৰ, কোনো দল সংগঠন নাইবা যদি কোনো হৃদয়বান ব্যক্তিয়ে যদি সহায় কৰিব বিচাৰে তেন্তে হাবিবুল ইছলামৰ পিতৃ মাতৃৰ নামত থকা বেংক একাউন্ট যোগে সহায় কৰিব পাৰে।

একাউণ্ট দুটা  Saheb Ali ৰ নামত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ। একাউণ্ট নং 7124026010951, MICR CODE 783116512, অথবা SBI ত Chabiya khatun ৰ নামত থকা একাউন্ট নং 36750038716,  IFSC. Code SBIN0005091 আৰু ৮৮১১০২৩২৮৯ নম্বৰত যোগাযোগ কৰি সহায়ৰ হাত আগবঢ়াব পাৰে। আপোনাৰ অকণমান সঁহাৰিয়ে দেৱ শিশুটিৰ জীৱন ৰক্ষা পৰিব পাৰে।

Recent News

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd