• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জানুৱাৰিৰ পিছত প্ৰথমবাৰৰ বাবে ক’ৰ’নাৰ উৎপত্তিস্থল চীনৰ বাবে এটা ভাল খবৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2020 9:56 am
167491

প্ৰতিনিধিত্বমূলক চিত্ৰ

30.3k
VIEWS
Share on FacebookShare on Twitter

বিশ্বত ক’ৰ’না ভাইৰাছৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে যদিও ভাইৰাছবিধৰ উৎপত্তিস্থল চীনত ইয়াৰ সংহাৰ কমিবলৈ আৰম্ভ কৰিছে।

জানিব পৰা মতে যোৱা ২৪ ঘণ্টাত চীনত এজনো লোক ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা নাই। জানুৱাৰিৰ পিছত প্ৰথমবাৰৰ বাবে এয়া সম্ভৱ হৈছে।

ইয়াৰ উপৰি চীনত নতুনকৈ ৩২ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে যদিও আটাই কেইগৰাকীয়ে বিদেশী নাগৰিক।

উল্লেখ্য যে, ক’ৰ’না ভাইৰাছৰ আৰম্ভণি হৈছিল যোৱা ডিচেম্বৰ মাহৰ পৰা চীনৰ য়ুহান চহৰত। ইয়াৰ পিছৰে পৰা দেশখনত হাজাৰ-হাজাৰ লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ লগতে আৰু বহু লোকে প্ৰাণ হেৰুৱায়।

চীনৰ বিভিন্ন সংস্থাই জনোৱা অনুসৰি দেশখনত যোৱা মাৰ্চ মাহৰ পৰা ক’ৰ’না আক্ৰান্তৰ সংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰিছে।

তথ্য অনুসৰি চীনত ৮১ হজাৰৰো অধিক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে আৰু ইয়াৰ ফলত ৩৩০০ লোকৰ মৃত্যু হৈছে। তদুপৰি ৭৭ হাজাৰৰো অধিক লোক সুস্থ হোৱা বুলি প্ৰকাশ পাইছে চৰকাৰী তথ্যত।

ক’ৰ’না ভাইৰাছৰ কৱলৰ পৰা লাহে লাহে পৰিত্ৰাণৰ দিশে আহি থকা বাবে চীনে বিভিন্ন ঠাইত লকডাউন উঠাই দিয়াৰ লগতে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনাৰ প্ৰয়াস চলাই আছে।

উল্লেখ্য যে চীনে বৰ্তমান ক’ৰ’নাই সংহাৰী ৰূপ ধাৰণ কৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ মেডিকেল সামগ্ৰী যোগান ধৰাত ব্যস্ত থকা পৰিলক্ষিত হয়।

Tags: COVID-19

Recent News

পত্নীৰ এইবোৰ স্বভাৱে স্বামীৰ জীৱনক নৰক কৰি তুলিব পাৰে, কৈছে চাণক্যই

পত্নীৰ এইবোৰ স্বভাৱে স্বামীৰ জীৱনক নৰক কৰি তুলিব পাৰে, কৈছে চাণক্যই

মগজুৰ বাবে ক্ষতিকাৰক এই ৬ টা খাদ্যৰ বিষয়ে জানি থওক আজিয়েই…

মগজুৰ বাবে ক্ষতিকাৰক এই ৬ টা খাদ্যৰ বিষয়ে জানি থওক আজিয়েই…

ৰাতিপুৱা বিটৰ ৰস খালে কি হয়? পঢ়ক এই প্ৰতিবেদন…

ৰাতিপুৱা বিটৰ ৰস খালে কি হয়? পঢ়ক এই প্ৰতিবেদন…

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd