• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভূমি দখলৰ চেষ্টা: লাডাখত পুনৰ চীনৰ সেনাৰে ভাৰতীয় সেনাৰ সংঘৰ্ষ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 31, 2020 1:45 pm
ITBP-mock-
765
VIEWS
Share on FacebookShare on Twitter

আগ্ৰাসনবাদী চীনৰ সেনাৰ সৈতে লাডাখত পুনৰ ভাৰতীয় সেনাৰ সংঘৰ্ষ লগাৰ খবৰ পোৱা গৈছে।

১৫ জুনৰ দিনা লাডাখৰ গালোৱান ভেলীত চীনৰ সেনাই আক্ৰমণ চলাই ২০ জন ভাৰতীয় জোৱানৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছত বিগত কিছুদিন ধৰি দুয়োখন দেশৰ মাজত আলোচনা চলি আছিল ।

এনে সময়তে পুনৰ দেশ দুখনৰ সেনাৰ মাজত সংঘৰ্ষ লগাৰ খবৰে বহুতকে উদ্বিগ্ন কৰি তুলিছে।

ভাৰতীয় সেনাৰ  মুখপাত্ৰ অমন আনন্দে প্ৰকাশ কৰা অনুসৰি ২৯ আৰু ৩০ আগষ্টত চীনৰ সেনাই সীমান্ত ৰেখা উলংঘন কৰি লাডাখৰ পশ্চিম প্ৰান্তৰ পাংগং লেকৰ সমীপত ভূমি দখলৰ চেষ্টা চলায়।

চীনৰ সেনাৰ এনে কাৰ্যত ভাৰতীয় সেনাই বাধা দিয়াত দুই পক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।

ভাৰতীয় সেনাই চীনা সেনাক শক্তি প্ৰয়োগ কৰি উক্ত স্থানৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয় বুলি সেনাৰ মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰে।

উল্লেখ্য ১৫ জুনৰ সংঘৰ্ষত বহু কেইজন চীনৰ সেনাও নিহত হৈছিল যদিও সেই কথা চীনে ৰাজহুৱা কৰা নাই।

শেহতীয়া সংঘৰ্ষত কোনো লোক হতাহত হৈছে নেকি সেয়াও জানিব পৰা হোৱা নাই।

Recent News

তিনি মাহত ১৯ কোটি টকাৰ হৰলুকিঃ ডিজিটেল গ্ৰেপ্তাৰত জীৱনৰ সকলো সঞ্চিত ধন হেৰুৱালে চিকিৎসকে

তিনি মাহত ১৯ কোটি টকাৰ হৰলুকিঃ ডিজিটেল গ্ৰেপ্তাৰত জীৱনৰ সকলো সঞ্চিত ধন হেৰুৱালে চিকিৎসকে

স্থায়ী ন্যায়াধীশ হিচাপে পদোন্নতি কলকাতা উচ্চ ন্যায়ালয়ৰ দুজন ন্যায়াধীশক! ৭ জন অতিৰিক্ত ন্যায়াধীশৰ কাৰ্যকাল বৃদ্ধি…

স্থায়ী ন্যায়াধীশ হিচাপে পদোন্নতি কলকাতা উচ্চ ন্যায়ালয়ৰ দুজন ন্যায়াধীশক! ৭ জন অতিৰিক্ত ন্যায়াধীশৰ কাৰ্যকাল বৃদ্ধি…

শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত বিমানৰ পৰা গ্ৰেপ্তাৰ ভাৰতীয় বংশোদ্ভৱ পাইলট

শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত বিমানৰ পৰা গ্ৰেপ্তাৰ ভাৰতীয় বংশোদ্ভৱ পাইলট

ইজিজেটৰ বিমানত অশান্তিৰ সৃষ্টি কৰা এজন লোকক হাজিৰ কৰা হ’ল আদালতত

ইজিজেটৰ বিমানত অশান্তিৰ সৃষ্টি কৰা এজন লোকক হাজিৰ কৰা হ’ল আদালতত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd