• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল বিশ্ব: ভাৰত মহাসাগৰত সৰি পৰিল চীনৰ ‘অবাধ্য’ ৰকেট

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2021 5:16 pm
chi
2.3k
VIEWS
Share on FacebookShare on Twitter

এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল সমগ্ৰ বিশ্ব। চীনে শেহতীয়াকৈ মহাকাশলৈ প্ৰেৰণ কৰা লং মাৰ্চ ৫ বি নামৰ ৰকেটটোৰ এটা প্ৰায় ১০০ পুট দৈৰ্ঘৰ অংশ ৰকেটৰ পৰা বিচ্ছিন্ন হৈ তীব্ৰ গতিৰে আহি আছিল পৃথিৱীৰ দিশে।

প্ৰায় ২১ টন ওজনৰ এই অংশটোৱে পৃথিৱীৰ যিকোনো অংশতে আঘাত হানিব পাৰে বুলি মাৰ্কিন মহাকাশ বিজ্ঞানীসকলৰ লগতে আন বহু দেশৰ বিজ্ঞানীয়ে আশংকা ব্যক্ত কৰিছিল।

কিন্তু বিশ্ববাসীক স্বস্তি প্ৰদান কৰি আজি ৰকেটৰ সেই বৃহৎ অংশটো আহি মলদ্বীপৰ ওচৰত ভাৰত মহাসাগৰত আহি পৰেহি।

ফলত ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল বিশ্ব।

উল্লেথ্য চীনে তিয়ানহে মহাকাশ আস্থান নামৰ এটা আস্থান নিৰ্মাণ কৰি আছে।

মহাকাশত স্থাপন কৰা উক্ত আস্থানটো লং মাৰ্চ ৫ বি ৰকেটে ২৮ এপ্ৰিলত মহাকাশলৈ কঢ়িয়াই নিছিল।

ৰকেটটোৱে মহাকাশ আস্থানটো সঠিক ভাবে মহাকাশত স্থাপন কৰিলে যদিও ৰকেটটোৰ প্ৰায় ১০০ ফুট দৈৰ্ঘৰ এটা অংশ হঠাতে খহি পৰি পৃথিৱীৰ দিশলৈ ধাৱমান হয়।

সেই অংশটো নিউয়ৰ্ক বা মাদ্ৰিদ চহৰৰ ওপৰত পৰাৰ আশংকা কৰা হৈছিল যদিও আজি ভাৰত মহাসাগৰত সেই অংশটো আহি পৰে।

চীনৰ চৰকাৰৰ তৰফৰ পৰা আজি সেই কথা নিশ্চিত কৰা হৈছে।

উল্লেখ্য ইয়াৰ পূৰ্বেও চীনে মহাকাশলৈ উৎক্ষেপন কৰা আন এটা  মাৰ্চ ৫ বিৰ এটা অংশ খহি পৰি আইভৰি কোষ্টৰ বহু ঘৰ-দুৱাৰৰ ক্ষতিসাধন কৰিছিল।

Recent News

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

ধুবুৰীত সাম্প্ৰদায়িক উত্তেজনা: শ্বুট এট চাইটৰ নিৰ্দেশ জাৰি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

ধুবুৰীত সাম্প্ৰদায়িক উত্তেজনা: শ্বুট এট চাইটৰ নিৰ্দেশ জাৰি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd